ভাৰতীয় কৃষি গৱেষণা প্রতিষ্ঠানত ৩৮ চাকৰি

1 min read

ভাৰতীয় কৃষি গৱেষণা প্রতিষ্ঠান(ICAR-Indian Agricultural Research Institute)ত খালী হৈছে ৩৮ পদ৷ উক্ত খালী পদসমূহ তীখা আৰু উদ্যোগ মন্ত্রালয়ৰ অধীনত পৰিচালিত গৱেষণা প্রতিষ্ঠান আৰু বিশ্ববিদ্যালয়ত “Development of steel slag based cost effective eco-friendly fertilizers for sustainable agriculture and inclusive growth” প্রকল্পৰ অধীনত পূৰণ কৰা হ’ব৷

ইতিমধ্যে এই বিষয়েNew Delhi ICAR-IARI Division of Environment Science (CESCRA) AAO-এ এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰি অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদসমূহৰ ভিতৰত আছে Research Associate (2), Senior Research Fellow (3), Young Professional-I (16), Lab-cum-Field Worker (17)৷

Research Associate পদৰ প্রার্থীEnvironment Science/Microbiology/Biochemistry/Plant Physiology/Life Sciences বিষয়তPh.D ডিগ্রীধাৰী হোৱাৰ লগতেResearchৰ ৬ বছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ৪৭,০০০ টকা৷ বয়স সর্বোচ্চ ৪০ বছৰ৷

Senior Research Fellow পদৰ প্রার্থীBiochemistry/Physiology/Microbiology/Life Sciences বিষয়তM.Sc. ডিগ্রীধাৰী হোৱাৰ লগতেResearchৰ ৬ বছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ২৫,০০০ টকা৷ বয়স সর্বোচ্চ ৪০ বছৰ৷

Young Professional-I পদৰ প্রার্থীAgriculture/Botany বিষয়তB.Sc. ডিগ্রীধাৰী হোৱাৰ লগতেResearchৰ ৬ বছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ২৫,০০০ টকা৷ বয়স সর্বোচ্চ ৩৫ বছৰ৷

Lab-cum-Field Worker পদৰ প্রার্থী দশম শ্রেণী উত্তীর্ণ হোৱাৰ লগতেResearchৰ ৬ বছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ১৫,০০০ টকা৷ সাক্ষাৎকাৰ অনলাইন মাধ্যমত ২৪ ছেপ্ঢেম্বৰ, ২০২১ তাৰিখে অনুষ্ঠিত হ’ব৷ বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে যোগ্য বিবেচিত তালিকাৰ বাবে Indian Agricultural Research Instituteৰ ৱেবছাইট www.iari.res.in ভিজিট কৰিব পাৰে৷

You May Also Like

More From Author