দূর্গা পূজাৰ পূৰ্বে ৰাজ্যত সম্পূৰ্ণ হ’ব ক’ভিড ভেকচিনৰ প্ৰথম পালি প্ৰদান

1 min read

শাৰদীয় দূর্গা পূজাৰ আগতে ৰাজ্যত ক’ভিড ভেকচিন প্ৰথম পালি প্ৰদান সম্পূৰ্ণ হ’ব । যোৰহাটৰ আই এছ বিটিত যাত্ৰীৰ বাবে ভেকচিন কেন্দ্ৰ মুকলি, স্বাস্থ্য মন্ত্ৰীৰ । স্বাস্থ্য বিভাগে ‘ভ্ৰাম্যমাণ ক’ভিড প্ৰতিষেধক প্ৰদানকাৰী বাহন’ৰ জৰিয়তে ৰাজ্যখনৰ গাঁৱে-গাঁৱে, চুবুৰীয়ে চুবুৰীয়ে গৈ ১৮ বছৰৰ ঊৰ্দ্ধৰ সকলোকে ক’ভিড প্ৰতিষেধক দিয়াৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৷

You May Also Like

More From Author