Month: September 2021

অসম গোৰ্খা সন্মিলন ওদালগুৰি জিলা মহিলা প্ৰকোষ্ঠ সমিতিৰ উদ্যোগত তীজ উৎসৱ পালন

অসম গোৰ্খা সন্মিলন ওদালগুৰি জিলা মহিলা প্ৰকোষ্ঠ সমিতিৰ উদ্যোগত তীজ উৎসৱ পালন

গোৰ্খা মহিলা সকলে পালন কৰি অহা “তীজ” উৎসৱ বৰ্তমান অসমৰ চুকে কোনে পালন কৰিথকা হৈছে যদিও মুলত এই উৎসৱ ভাদ্ৰ শুক্ল পক্ষৰ প্ৰতিপদা তিথিৰ দিনা বিয়া দিয়া বাই-ভনী সকলক মা-দেউতা,