অসমত ঠায়ে ঠায়ে প্ৰতিলিটাৰ পে’ট্ৰলৰ মূল্যই শতকৰ ঘৰ অতিক্ৰম কৰিলে ৷ পে’ট্ৰল, ডিজেল, ৰন্ধন গেছৰ লগতে অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিৰ প্ৰতিবাদত শুকুৰবাৰে বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ ছাত্ৰ সংগঠনটোৱে বিশ্বনাথ নগৰৰ মাজমজিয়াত এক প্ৰতিবাদী সমদল উলিয়াই কেন্দ্ৰীয় পে’ট্ৰলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী আৰু যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ প্ৰতিমূৰ্তি দাহ কৰে ৷
মূল্যবৃদ্ধিৰ প্ৰতিবাদত বিশ্বনাথত আছুৰ প্ৰতিবাদ
Posted on by Desk Editor
0 min read
You May Also Like
সৰস্বতীৰ পূজাৰ দিনাই একেলগে বিহপান কৰিলে প্ৰেমিক-প্ৰেমিকাই!
February 3, 2025
গুৱাহাটীৰ হোটেলত জঘন্য ঘটনা..
February 3, 2025
More From Author
Assembly committee visits Bongaigaon
November 18, 2021
Apple Watch Series 7 up for pre-orders
October 10, 2021