দেওবাৰে L’Oréal Runway Showৰ 50 তম বাৰ্ষিকীত উপস্থিত থকা এ-লিষ্টাৰসকলৰ ভিতৰত আছিল Bollywood Diva ঐশ্বৰ্য ৰায় বচ্চন(Aishwarya Rai Bachchan) । ঐশ্বৰ্যৰ সৈতে স্বামী অভিষেক বচ্চন আৰু কন্যা আৰাধ্যা বচ্চনকো দেখিবলৈ পোৱা গৈছিল ৷ দুবছৰৰ অন্তত এইদৰে ফেশ্বন শ্ব’ত ভাগ ল’বলৈ পাই সুখী অনুভৱ কৰিছে অভিনেত্ৰীগৰাকীয়ে ৷ পেৰিছত অনুষ্ঠিত হোৱা L’Oréal Fashion Weekত ভাগ লয় মিছ ৱৰ্ল্ড ঐশ্বৰ্যই ৷ পিন্ধনত তেওঁক এটা বগা ৰঙৰ গাউন পিন্ধা পৰিলক্ষিত হৈছে ৷
Paris Fashion Week: দুবছৰৰ অন্তত ঐশ্বৰ্যৰ ৰেম্প ৱাক
Posted on by GTM Desk
1 min read
You May Also Like
দৰঙত বাঘৰ আক্ৰমণত পুনৰ এজন আহত
November 20, 2024
মহানগৰীৰ মাজমজিয়াৰ পৰা শিশু নিৰুদ্দেশ!
November 16, 2024
প্ৰায় ৫ ঘণ্টা থানাত বহুৱাই ৰখাৰ অন্তত যাবলৈ দিলে জ্ঞানদীপ হাজৰিকাক
November 16, 2024
More From Author
National Press Day Observed in Kamrup
November 17, 2024
প্ৰায় ৫ ঘণ্টা থানাত বহুৱাই ৰখাৰ অন্তত যাবলৈ দিলে জ্ঞানদীপ হাজৰিকাক
November 16, 2024