বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াৰ বিস্ফোৰক মন্তব্য । অসম জাতীয় পৰিষদ দলৰ নীতি আৰু আদৰ্শ নাই । যি দলৰ নীতি আৰু আদৰ্শ নাই সেইদলে ৰাইজৰ কি সেৱা কৰিব বুলিও প্ৰশ্ন কৰে সাংসদ গৰাকীয়ে । আনফালে মিত্ৰতাৰ ধৰ্ম পালন কৰি যোৱা সাধাৰণ নিৰ্বাচনত তামোলপুৰ সমষ্টিটো ইউ পি পি এলক এৰি দিছিল । সেই সূত্ৰ অনুসৰিয়ে উপ-নিৰ্বাচনতো তামোলপুৰ সমষ্টি ইউ পি পি এলক এৰি দিয়া বুলি উল্লেখ কৰে সাংসদ গৰাকীয়ে ।
উপ-নিৰ্বাচন : তামোলপুৰ ইউ পি পি এলক এৰি দিব বিজেপিয়ে
Posted on by GTM Desk
1 min read
You May Also Like
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025
কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?
February 4, 2025
মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..
February 4, 2025
More From Author