Advertisement

Year: 2021

ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে অভিনেত্ৰী চিত্ৰাংগদাই পিন্ধিলে চাদৰ মেখেলা

ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে অভিনেত্ৰী চিত্ৰাংগদাই পিন্ধিলে চাদৰ মেখেলা

আজি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে বলীউডৰ অভিনেত্ৰী চিত্ৰাংগদা সিঙে শনিবাৰে পৰম্পৰাগত অসমৰ মেখেলা চাদৰ পৰিধান কৰি অসমৰ হস্ততাঁত কৰ্মীসকলক কৃতজ্ঞতা জ্ঞাপন কৰে। চিত্ৰাংগদা সিঙে ডিজাইনাৰ সংযুক্তা দত্তৰ দ্বাৰা ডিজাইন কৰা