Prime Minister Narendra Modi on Monday paid a tribute to the martyrs of the Kargil war, which India fought with Pakistan in 1999 and won, on Kargil Vijay Diwas and said the bravery of those who sacrificed their lives motivates Indians every single day. The Prime Minister also shared an
Year: 2021
হোজাইৰ টেলিবস্তি গাঁৱত সংঘটিত হৈছে সভ্য সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা।গাঁওখনৰ এগৰাকী অষ্টম শ্ৰেনীৰ ছাত্ৰীক প্ৰতিবেশী এটা লম্পটে যৌন নিৰ্যাতন চলাই গৰ্ভৱতী কৰাত সৃষ্টি হৈছে তীব্র চাঞ্চল্যৰ। অভিজিত ওৰফে কুনাল সৰকাৰ নামৰ যুৱকজনৰ বিৰুদ্ধে কিশোৰীগৰাকীক গৰ্ভৱতী কৰাৰ উঠিছে অভিযোগ।ইতিমধ্যে কিশোৰীগৰাকী গৰ্ভধাৰণৰ সময় ছমাহ চলি থকা বুলি চিকিৎসকেও নিশ্চিত কৰিছে ।ফলত
টকিঅ’ অলিম্পিকৰ প্ৰথম দিনাই ভাৰতৰ পদক অৰ্জন। ভাৰতৰ হৈ মীৰাবাই চানুৱে লাভ কৰিলে ৪৯ কিলোগ্ৰাম শাখাত ৰূপৰ পদক। ইয়াৰ পাছতে মীৰাবাই চানু ভাৰোত্তোলনত পদক জয় কৰা ভাৰতৰ ইতিহাসৰ দ্বিতীয় গৰাকী মহিলা ৰূপে পৰিগণিত হৈছে। ইয়াৰ পূৰ্বে ২০০০ চনৰ লণ্ডন অলিম্পিকত কৰ্ণম মল্লেশ্বৰীয়ে ব্ৰঞ্জৰ পদক জিকিছিল। অলিম্পিকৰ ইতিহাসত এইটো ভাৰতৰ পঞ্চম
বিশ্বনাথ জিলাৰ গহপুৰ মহকুমা হাৱাজান আৰক্ষী চকী অন্তৰ্গত আউনীবাৰী গাঁওৰ এগৰাকী মহিলা ২ বছৰীয়া সন্তানৰ লগতে এগৰাকী ২২ বছৰীয়া যুৱতী বিগত কেইবাদিনো ধৰি নিৰুদ্দেশ হৈ থকা ঘটনা পোহৰলৈ আহিছে৷ গহপুৰ মহকুমা হাৱাজান আৰক্ষী চকী অন্তৰ্গত আউনীবাৰী গাঁৱৰ ৰাজীৱ দলে নামৰ ব্যক্তিজনৰ পত্নী পুনিমা বড়ো দলে ২ বছৰীয়া সন্তান আৰু ৰাজীৱ দলে ২২
অলিম্পিকত সুদীর্ঘ ৪১ বছৰীয়া পদক জয়ৰ ব্যর্থতাৰ অন্ত পেলোৱাৰ লক্ষ্য লৈ আজি টকিঅ’ অলিম্পিকত অভিযান আৰম্ভ কৰিলে মনপ্রীত সিং নেতৃত্বাধীন ভাৰতীয় পুৰুষ হকী দলটোৱে৷ আজি পুৱা ৬.৩০ বজাত অনুষ্ঠিত পুল ‘এ’ৰ মেচখনত ভাৰতীয় দলটোৱে অষ্টম বাছনিপ্রাপ্ত নিউজিলেণ্ডৰে প্রতিদ্বন্দ্বিতা আগবঢ়াই প্ৰথম খেলতে ৩-২ ব্যৱধানত বিজয় সাব্যষ্ট কৰে। ৰূপিন্দৰ পাল ২০২০ চনৰ