Year: 2021

মুকালমুৱাত চুৰি মটৰ চাইকেলসহ তিনি দুধৰ্ষ চোৰ গ্ৰেপ্তাৰ

মুকালমুৱাত চুৰি মটৰ চাইকেলসহ তিনি দুধৰ্ষ চোৰ গ্ৰেপ্তাৰ

নলবাৰী জিলাৰ মুকালমুৱা আৰক্ষীয়ে কালাকুছিৰ পৰা দুখনকৈ চুৰি মটৰ চাইকেলসহ গ্ৰেপ্তাৰ কৰে তিনিটা চোৰক ৷ মুকালমুৱা আৰক্ষী থানাৰ নৱনিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সীমান্ত বৰাৰ নেতৃত্বত নিশা কালাকুছিত অভিযান চলায় দুখনকৈ