Year: 2021

ৰাজ্যত নতুনকৈ স্থাপন হ’ব ৪ টা ফৰেনচিক লেব’ৰেটৰি

ৰাজ্যত নতুনকৈ স্থাপন হ’ব ৪ টা ফৰেনচিক লেব’ৰেটৰি

আজি অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কেবিনেট বৈঠক। এই কেবনেট বৈঠকত লোৱা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ৰাজ্যত নতুনকৈ ৪ টা ফৰেনচিক লেব’ৰেটৰি স্থাপনৰ বাবে আজিৰ কেবিনেটে অনুমোদন