Year: 2021

স্নাতক-স্নাতকোত্তৰৰ ছাত্ৰীয়েও পাব স্কুটী, ল’ৰাই পাব বুলেট

স্নাতক-স্নাতকোত্তৰৰ ছাত্ৰীয়েও পাব স্কুটী, ল’ৰাই পাব বুলেট

কলিয়াবৰত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বিত্ত, স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা-স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীসকলেও পাব স্কুটী। সভাখনত ভাষণ প্ৰদান কৰি ড০ শৰ্মাই কয়-এইবাৰ আমি হায়াৰ