Year: 2021

ভোটগ্রহণৰ তিনিওটা দিনতে ৰাজ্যত ৰাজহুৱা বন্ধ ঘোষণা

ভোটগ্রহণৰ তিনিওটা দিনতে ৰাজ্যত ৰাজহুৱা বন্ধ ঘোষণা

গুৱাহাটীঃ বিধানসভা নির্বাচনৰ ভোটগ্রহণ অনুষ্ঠিতব্য তিনিওটা দিনেই ৰাজহুৱা বন্ধৰ দিন হিচাপে ঘোষণা কৰা হৈছে৷ এই সন্দর্ভত ৰাজ্য চৰকাৰৰ সাধাৰণ প্রশাসন বিভাগে পৃথকে জাৰি কৰা তিনিখন অধিসূচনা অনুসৰি অসম বিধানসভা নির্বাচনৰ