Advertisement

Year: 2021

মাঘ বিহুৰ প্ৰাকক্ষণত দেশত বাৰ্ড ফ্লুৰ সংহাৰী ৰূপ, ৰাজ্য চৰকাৰৰ বিশেষ নিষেধাজ্ঞা

মাঘ বিহুৰ প্ৰাকক্ষণত দেশত বাৰ্ড ফ্লুৰ সংহাৰী ৰূপ, ৰাজ্য চৰকাৰৰ বিশেষ নিষেধাজ্ঞা

উৰুকালৈ মাজত মাত্ৰ 1দিন থকাৰ সময়তে বাৰ্ড-ফ্লুৰ আশংকাত ৰাজ্যৰ পশুপালন বিভাগে জাৰি কৰিছে এক কঠোৰ নিৰ্দেশ। এই নিৰ্দেশনা অনুসৰি, অসমলৈ বহিঃৰাজ্যৰ পৰা মাংস আমদানিৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই