Month: February 2022

অহা বছৰৰ পৰা বিহু মঞ্চত কিয় গীত পৰিৱেশন নকৰে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে!

অহা বছৰৰ পৰা বিহু মঞ্চত কিয় গীত পৰিৱেশন নকৰে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে!

বিহুমঞ্চত আৰু জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক দেখিবলৈ পোৱা নাযাব নেকি? বৰ্তমান সেই প্ৰশ্নই উদ্বিগ্ন কৰি তুলিছে বহুতকে। কাৰণ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ চান্দা সংগ্ৰহ কৰি অনুষ্ঠান পতাৰ পৰা