Month: April 2022

বিধায়ক কৰিমুদ্দিন বৰভূঞালৈ বিৰোধী দলপতিৰ আইনী জাননী

বিধায়ক কৰিমুদ্দিন বৰভূঞালৈ বিৰোধী দলপতিৰ আইনী জাননী

ৰাজ্যসভা নিৰ্বাচনৰ পাৰ্শ্বক্ৰিয়া ৰাজ্যৰ ৰাজনীতিত চলিয়েই আছে। কংগ্ৰেছৰ ৭-৮ গৰাকী বিধায়কে সদ্যসমাপ্ত ৰাজ্যসভা নিৰ্বাচনত ক্ৰছ ভোটিং কৰি বিজেপিৰ প্ৰাৰ্থীক ভোট দিছিল বুলি এ আই ইউ ডি এফৰ বিতৰ্কিত বিধায়ক কৰিমুদ্দিন