পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু অতি শীঘ্ৰে কোঁচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ দাবীত আজি ধেমাজি জিলা কোঁচ ৰাজবংশী ছাত্ৰ সন্থা আৰু ধেমাজি জিলা কোঁচ ৰাজবংশী মহিলা সমিতিয়ে ধেমাজি কাছাৰী ময়দানৰ সন্মুখত তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰে ৷ শতাধিক লোক উপস্থিত থকা অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীত চৰকাৰ বিৰোধী শ্ল’গান দিয়ে ৷ সংগঠনটোৱে অতি সোনকালে কোঁচ ৰাজবংশী জনগোষ্ঠীটোক জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্য পুনৰ গঠন কৰিবলৈ দাবী তোলে ৷
ধেমাজিত কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী
Posted on by GTM Desk
![](https://guwahatitimes.com/wp-content/uploads/2022/06/b0b63e85a16bd25c25d0c06d65d6771b1654691293.jpg)
0 min read
You May Also Like
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025
কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?
February 4, 2025
মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..
February 4, 2025
More From Author