Month: June 2022

বটদ্ৰৱা থানৰ জাপি বাটচ’ৰাৰ সন্মুখত ”অসমী আহাৰ” থলুৱা খাদ্য সামগ্ৰীৰ ব্যবসায় প্ৰতিষ্ঠানৰ শুভ উদ্বোধন

বটদ্ৰৱা থানৰ জাপি বাটচ’ৰাৰ সন্মুখত ”অসমী আহাৰ” থলুৱা খাদ্য সামগ্ৰীৰ ব্যবসায় প্ৰতিষ্ঠানৰ শুভ উদ্বোধন

নিউজ ব্যুৰ’,নগাঁও,১২জুন:–মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি বটদ্ৰৱা থানলৈ অহা ভকত বৈষ্ণৱ, তীৰ্থযাত্রীসকলৰ সুবিধাৰ্থে তথা বটদ্ৰৱাৰ স্থানীয় মহিলা সকলৰ দ্বাৰা প্ৰস্তত কৰা থলুৱা খাদ্য সামগ্ৰী উপলদ্ধ হোৱাকৈ ”অসমী আহাৰ” নামৰ এখনি ব্যবসায় প্ৰতিষ্ঠান(হোটেল)ৰ কালি শুভ উদ্বোধন কৰা হয় । বটদ্ৰৱা থানৰ জাপি বাটচ’ৰাৰ সন্মুখত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বটদ্ৰৱা উন্নয়ন খণ্ডৰ

4.0 Magnitude Earthquake Jolts Meghalaya

4.0 Magnitude Earthquake Jolts Meghalaya

A minor earthquake struck the northeastern state of Meghalaya in the early hours of Monday, June 13. As per the national centre for seismology (NCS), Tura happened to be the epicenter of the earthquake. The national body that keeps records of earthquakes, informed that tremors were felt at around 6.32