চাহ সেৱনৰ সুফল কি কি জানেনে?

0 min read

(২) চাহত কম পৰিমাণে কেফাইন থাকে বাবে শৰীৰৰ কোনো ক্ষতি নকৰে ৷

(৩) চাহে হার্ট এটেক আৰু ষ্ট্র’ক বেমাৰৰ পৰা হাত সৰাত সহায় কৰে ৷

(৪) চাহে শৰীৰৰ হাড টান আৰু মজবুত কৰাত সহায় কৰে ৷

(৫) চাহে মিঠা হাঁহি মৰাত সহায় কৰে৷ চাহত থকা ফ্ল’ৰাইড আৰু টেনিনে দদাতৰ প্লেক বেমাৰ হোৱাত বাধা দিয়ে৷ গতিকে দদাতকেইটা ভালে থাকিলে হাঁহিবলৈ সুবিধা হয়৷ লিকাৰ চাহৰ ক্ষেত্রতহে এই উপকাৰিতা৷ গাখীৰ, চেনিযুক্ত চাহে এই সুবিধা নিদিয়ে ৷

(৬) চাহ সেৱন কৰা মানুহৰ শৰীৰত এণ্টিক্সিডেণ্ট থাকে বাবে যিকোনো বেমাৰে সহজে আক্রমণ কৰিব নোৱাৰে ৷

(৭) চাহত থকা ‘পলিফেনলছ’ নামৰ এণ্টিক্সিডেণ্টৰ বাবে কেঞ্চাৰ বেমাৰক বাধা দিয়ে ৷

(৮) চাহে মানুহৰ শৰীৰৰ আর্দ্রতা বজাই ৰখাত সহায় কৰে৷ গতিকে চাহ খোৱাৰ ফলত আমাৰ শৰীৰত প্রয়োজন হোৱা পানীয়ৰ সমতা বজাই ৰখাত সহায়ক হয় ৷

(৯) চাহ কেলৰিযুক্ত, গতিকে কম কেলৰিযুক্ত পানীয়ৰ ভিতৰত চাহক ধৰিব পাৰি, যদিহে চাহকাপত চেনি আৰু গাখীৰ মিহলোৱা নহয় ৷

(১০) চাহে শৰীৰৰ মেটাবলিজমত সহায় কৰে৷ যিসকল মানুহৰ মেটাবলিজম লাহে লাহে হয় আৰু তাৰ বাবে ওজন কমাবলৈ অসুবিধা হয়, এইক্ষেত্রত চাহ খোৱা মানুহৰ কম অসুবিধা হয় ৷

You May Also Like

More From Author