গায়ত্ৰী মন্ত্ৰৰ ভাৱাৰ্থ | Gayatri Mantra Meaning in Assamese

1 min read

–গায়ত্ৰী মন্ত্ৰ–

ॐ भूर्भुवः स्वः ।

तत्स॑वितुर्वरे॑ण्यं ।

भर्गो॑ देवस्य॑ धीमहि। ।

धियो यो नः॑ प्रचोदया॑त्॥ ।

ওঁ ভূর্ভুবঃ স্বঃ

তৎ সবিতুর্বৰেণ্যং

ভর্গো দেবস্য ধীমহি

ধিয়ো য়ো নঃ প্রচোদয়াৎ।।

গায়ত্ৰী মন্ত্ৰৰ শব্দৰ অৰ্থ –

ওঁ – ব্ৰহ্ম

ভূ –  প্ৰাণস্বৰূপ

র্ভুবঃ – দুখঃ নাশক

স্বঃ –  সুখ স্বৰূপ

তৎ  – সেই

সবিতু – তেজস্বী

র্বৰেণ্যং – শ্ৰেষ্ঠ

ভর্গো – পাপনাশক

 দেবস্য – দিব্যক

 ধীমহি – ধাৰণ কৰি/ ধ্যান কৰি

ধিয়ো – বুদ্ধিক

য়ো -যিয়ে

নঃ – আমাৰ

প্রচোদয়াৎ -প্ৰেৰণ কৰে 

গায়ত্ৰী মন্ত্ৰৰ ভাৱাৰ্থ –

হে ব্ৰহ্ম, যাৰ পৰা আমাৰ প্ৰাণৰ সৃষ্টি, যিয়ে আমাৰ দুখ নাশ কৰে, সুখৰ স্বৰূপ , সেই শ্ৰেষ্ঠ তেজস্বী পাপনাশ কৰা দিব্যত ধ্যান কৰো, যিয়ে আমাৰ বুদ্ধিক শ্ৰেষ্ঠ দিশলৈ লৈ যায় !

You May Also Like

More From Author