Month: November 2022

বৃক্কৰ পাথৰ: প্রতিৰোধৰ খাদ্যাভ্যাস

বৃক্কৰ পাথৰ: প্রতিৰোধৰ খাদ্যাভ্যাস

এতিয়া গ্রীষ্মকাল৷ মাজতে কেইদিনমান গৰম খুব বৃদ্ধি পাইছিল৷ চৰকাৰে ক’ৰোনাৰ সংক্রমণ প্রতিহত কৰিবলৈ সক্ষম হোৱাৰ লগে লগে আনলক প্রক্রিয়া আৰম্ভ হৈছে৷ কল–কাৰখানা খুলিবলৈ লৈছে৷ যান–বাহন চলিবলৈ আৰম্ভ কৰিছে৷ এনে অৱস্থাত আউটড’ৰত কাম কৰা লোকসকলৰ যথেষ্ট ডি–হাইড্রেচন হ’ব পাৰে৷ যিয়ে কিডনী ষ্ট’ন গঠনত উদ্গনি যোগায়৷ ‘প্রতিৰোধেই প্রতিকাৰৰ মূল’ বুলি এষাৰ কথা

বগা দাগ বা Vitiligo ৰোগত আক্ৰান্ত হ’লে কেনেকৈ কৰিব ইয়াৰ চিকিৎসা ?

বগা দাগ বা Vitiligo ৰোগত আক্ৰান্ত হ’লে কেনেকৈ কৰিব ইয়াৰ চিকিৎসা ?

আমাৰ শৰীৰত যদি কিবা অন্তিক বিসংগতিৰ বাবে মেলানিন নিসৰণ কমি যাবলৈ ধৰে তেতিয়া আমাৰ ছালখনৰ স্বাভাৱিক ৰঙৰ পৰিৱৰ্তন হ’বলৈ ধৰে । লাহে লাহে শৰীৰৰ কোনো ঠাইত বগা ফোট হ’বলৈ ধৰে । এই সমস্যাটোক ভিটিলিগ বা বগা দাগ পৰা বুলি কোৱা হয় । আমাৰ ছালকোষৰ কিছু বিসংগতিৰ বাবেই এই বেমাৰ হয়

পাইলচৰ পৰা ধৰি বহু ধৰণৰ বেমাৰৰ পৰা মুক্তি পাবলৈ নাচপতি খাওক

পাইলচৰ পৰা ধৰি বহু ধৰণৰ বেমাৰৰ পৰা মুক্তি পাবলৈ নাচপতি খাওক

নাচপতি ঘৰতে পোৱা এবিধ বহু লোকৰে প্ৰিয় ফল। বহু ঔষধি গুণেৰে পৰিপূৰ্ণ নাচপতি। আপুনি জানি আচৰিত হ’ব যে নাচপতি খালে আপোনাৰ ছাল সুন্দৰ হৈ থকাৰ উপৰিও বহু বেমাৰৰ পৰা দূৰত ৰাখে। নাচপতিত বহু পৰিমাণে ভিটামিন চি, প্ৰটিন, আইৰণ, কেলছিয়ামৰ সৈতে বহু অধিক মাত্ৰাত ফাইবাৰ পোৱা যায়। ইয়াৰ উপৰিও নাচপতিত এণ্টী

ওজন হ্ৰাস কৰিবলৈ আপুনি গোটেই দিনটো গৰম পানী খায় নেকি ? আপুনি নিজৰে বহুত ক্ষতি কৰিছে নেকি ?

ওজন হ্ৰাস কৰিবলৈ আপুনি গোটেই দিনটো গৰম পানী খায় নেকি ? আপুনি নিজৰে বহুত ক্ষতি কৰিছে নেকি ?

প্ৰতিদিনে পৰ্যাপ্ত পানী খোৱাটো সকলোৰে শৰীৰৰ বাবে অতি উপকাৰী। কিন্তু যদি আপোনাৰ গোটেই দিনটো গৰম পানী খোৱাৰ অভ্যাস আছে, তেনেহ’লে ইয়াৰ কিছু সুবিধাৰ লগতে অসুবিধাও আছে। সেইবোৰ কি জানক। খোৱা পানী আমাৰ সকলোৰে বাবে অতি গুৰুত্বপূৰ্ণ। প্ৰতিদিনে পৰ্যাপ্ত পানী খোৱাটো সকলোৰে শৰীৰৰ বাবে অতি উপকাৰী। কিন্তু যদি আপোনাৰ গোটেই দিনটো

নাৰিকল তেলৰ কুৰিটা গুণ!

নাৰিকল তেলৰ কুৰিটা গুণ!

নাৰিকল তেলে এলঝেইমাৰ প্রতিৰোধ কৰাত সহায় কৰে৷ পৰিপুষ্টি বিজ্ঞানত প্রমাণ হৈছে যে নাৰিকল তেল যিসকলে খায়, তেওঁলোকৰ হূদৰোগ আৰু উচ্চ ৰক্তচাপ নিয়ন্ত্রণত থাকে৷ নিয়মীয়াকৈ নাৰিকল তেল খালে বৃক্কৰ সংক্রমতা প্রতিৰোধ হয়৷ আর্থ্রাইটিছ ৰোগৰ বাবেও নাৰিকল তেল অতি উত্তম৷ কেঞ্চাৰ ৰোগীসকলেও নাৰিকল তেল নিয়মীয়াকৈ খাব পাৰে৷ নাৰিকল তেলে শৰীৰৰ ৰোগ প্রতিৰোধ