চনু চুদে একাংশৰ বাবে কিয় ভগৱান! এই কথাৰ প্ৰমাণ শেহতীয়াকৈ পুনৰ দিলে দয়াৱান অভিনেতা গৰাকীয়ে। অসমৰ এগৰাকী অসহায় লোকক সহায় কৰি চনু চুদে পুনৰ প্ৰমাণ কৰিলে তেওঁৰ সদায় আৰ্তজনৰ কাষত। অসমৰে ৰাজু আলী নামৰ এগৰাকী শাৰিৰিকভাৱে অক্ষম লোকক সহায় কৰিলে বলিউদৰ এই অভিনেতাগৰাকীয়ে। অসমৰ ৰাজু আলীৰ নাই দুয়োখন হাত। যাৰ
Month: November 2022
Macaroni and cheese, also called mac and cheese in the United States and macaroni cheese in the United Kingdom, it is a dish of cooked macaroni pasta and a cheese sauce, most commonly cheddar. It can also incorporate other ingredients, such as breadcrumbs, veggies, chicken or meat. It has been
আহাৰ, নিদ্রা, ভয় আৰু মৈথুন– এইকেইটা হৈছে জীৱৰ স্বাভাৱিক প্রবৃত্তি৷ আয়ুর্বেদৰ প্রামাণিক গ্রন্থ ‘অষ্টাংগ হূদয়ম’ত আহাৰ, নিদ্রা আৰু ব্রহ্মচর্যক শৰীৰৰূপী আৱাস নির্মাণৰ তিনিটা উপস্তম্ভ বুলি কোৱা হৈছে৷ এই তিনিটা উপস্তম্ভৰ যথার্থ ব্যৱহাৰে আমাৰ জীৱন সঠিক দিশত ধাৱমান কৰে, অন্যথা ইয়াৰ হীনদেঢ়ি ঘটিলে আমাৰ জীৱন বোজাস্বৰূপ হৈ যায়৷ জীৱন ধাৰণৰ স্বাভাৱিক
ডাঃ বিজুলী গোস্বামী সাধাৰণতে এটা বস্তুৰ ফালে দৃষ্টি নিক্ষেপ কৰিলে মানুহৰ দুই চকুৱে একে সমানে কাম কৰে আৰু দুই চকুৰ ভিতৰত পর্দা বা ৰেটিনা দুটাত একে প্রতিবিম্বৰ সৃষ্টি হয়, মাত্র সামান্য কোণৰ পার্থক্য থাকে৷ চকুৰ প্রধান স্নায়ু অপ্ঢিক নার্ভে এই প্রতিবিম্বৰ সংকেত মগজুলৈ প্রেৰণ কৰে৷ মানুহৰ দৃষ্টিকেন্দ্র দুয়োটা প্রতিবিম্বই এটাৰ
অহা ২০ নৱেম্বৰৰ পৰা কাটাৰত অনুষ্ঠিত হ’বলগীয়া ফিফা বিশ্বকাপত উত্তৰ–পূর্বাঞ্চলৰ পৰা অংশগ্রহণৰ সুযোগ লাভ কৰিছে জ্যেষ্ঠ ক্রীড়া সাংবাদিক তথা ফটোগ্রাফাৰ গীতিকা তালুকদাৰে৷ বিশ্বৰ আগশাৰীৰ এই ফুটবল মহাৰণৰ বা–বাতৰি সংগ্রহৰ বাবে উত্তৰ–পূর্বাঞ্চলৰ পৰা দ্বিতীয়বাৰৰ বাবে সুযোগ লাভ কৰা গীতিকা তালুকদাৰেই হৈছে একমাত্র মহিলা সাংবাদিক৷ ইয়াৰ পূর্বেও ২০১৮ বর্ষত ৰাছিয়াত অনুষ্ঠিত ফিফা