Month: November 2022

মাতৃত্ব লাভ হওক নিৰাপদ আৰু আনন্দদায়ক

মাতৃত্ব লাভ হওক নিৰাপদ আৰু আনন্দদায়ক

মাতৃত্বই যদি নাৰীক পৰিপূর্ণতা দিয়ে আৰু সফল মাতৃত্বই যদি নাৰীলৈ আনি দিয়ে মহানতা, তেন্তে গর্ভাৱস্থাটো হ’ল এই পৰিপূর্ণতা আৰু মহানতাৰ সুউচ্চ স্তম্ভ সাজিবৰ বাবে কৰিবলগা ভেটি নির্মাণৰ দৰে কার্য৷ সুউচ্চ স্তম্ভ নির্মাণৰ বাবে যেনেদৰে সুদৃঢ় ভেটি নির্মাণ কৰি লোৱাটো আটাইতকৈ দৰকাৰী, তেনেদৰে সফল মাতৃত্বৰ প্রস্তুতি পর্ব হিচাপে গর্ভাৱস্থাটোও হোৱা উচিত

এক অনা-অনুভূত ভোক! কীয় হয় এনেকুৱা?

এক অনা-অনুভূত ভোক! কীয় হয় এনেকুৱা?

আমাৰ ভোক লাগিলে আমি অনুভৱ কৰোঁ আৰু তেতিয়া আমি আহাৰ খাই পেট ভৰাও৷ এনেদৰেই আমাৰ ভোক বা ক্ষুধা নিবাৰণ কৰোঁ৷ এই ভোক আহাৰৰ গুণাগুণৰ ওপৰত নির্ভৰ নকৰে৷ পেট ভৰাই আহাৰ খালেই আমি সন্তুষ্ট হও৷ কিন্তু আমাৰ আৰু এবিধ ভোক বা ক্ষুধা আছে যাক আমি অনুভৱ নকৰোঁ৷ এইটো অনানুভূত ভোক বা