২০২৩ চনতেই বন্ধ হ’ব Maruti Alto, আৰু আন বহুতো গাড়ী !

1 min read

এই গাড়ীখনে মধ্যবিত্ত শ্ৰেণীৰ চাৰিচকীয়াৰ সপোন পূৰণ কৰিছে। সেই গাড়ীখনৰ উৎপাদন বন্ধ হ’বলৈ ওলাইছে!

নতুন আইন অনুসৰি, ২০২৩ চনত ভাৰতৰ প্ৰতিখন বাহনত এক ছেলফ ডায়গনেষ্টিক ডিভাইচ স্থাপন কৰা হ’ব। যদি গাড়ীখন চলি আছে তেন্তে এই ডিভাইচটোৱে নিৰ্গমনৰ স্তৰ চিনাক্ত কৰিব।

অল্টোক বাদ দি Tata Altroz ডিজেল, Renault Kwid 800, Mahindra Alturas G4, Mahindra Marazzo, Mahindra KUV100, Nissan Kicks, Toyota Innova Crysta পেট্রল, Skoda Octavia, Skoda Superb , Hyundai i20 ডিজেল, Hyundai Verna ডিজেল, Honda City 4th Gen, Honda City 5th Gen ডিজেল, Honda Amaze ডিজেল, Honda Jazz ও Honda WR-V।-এই মডেলসমূহ বন্ধ হ’ব ২০২৩ চনত।

মাৰুতি অল্টো ৮০০-এ বহু বছৰ ধৰি মধ্যবিত্ত শ্ৰেণীৰ চাৰিচকীয়া সপোন পূৰণ কৰি আহিছে। এনে এখন জনপ্ৰিয় গাড়ীৰ উৎপাদন বন্ধ হোৱাৰ খবৰত বহুলোক দুখীা হ’ব পাৰে। অৱশ্যে, এই মডেলটোৰ বাবে বুকিং এতিয়াও চলি আছে।

You May Also Like

More From Author