*হিন্দু ধৰ্মত আৰু জ্যোতিষ শাস্ত্ৰত-বহু এনে কাৰ্য্যৰ কথা কোৱা হৈছে-যাৰ শুভ আৰু অশুভ প্ৰভাৱ আমাৰ জীৱনৰ ওপৰত পৰে।
লগতে-এনে কিছু পৰম্পৰা আছে-যাৰ পালন পুৰণি কালৰে পৰা কৰি অহা হৈছে।আপোনালোকে বহুবাৰ-নিজৰ ঘৰৰ ডাঙৰজনে আপোনাক কোনো বিশেষ বাৰত-চুলি ধুবলৈ বাধা দিয়ে।ইয়াৰ পাছতো ধাৰ্মিক মান্যতা জড়িত আছে।কোৱা হয় যে-মংগলবাৰে-গুৰুবাৰে আৰু শনিবাৰে চুলি ধুব নালগে।বিশেষকৰি মহিলাসকলে এই বাৰ কেইতাত মনা কৰা হয়।
*জোতিষ শাস্ত্ৰ অনুসাৰে-মংগলবাৰৰ দিনা-বিবাহিত মহিলাই চুলি ধুব নালাগে-কাৰণ-ইয়াৰ দ্বাৰা স্বামীৰ জীৱনত বেয়া প্ৰভাৱ পৰে।কিন্তু ছোৱালীয়ে-এই দিনা চুলি ধুবলৈ মনা কৰা নহয়।
*বুধবাৰ আৰু গুৰুবাৰৰ দিনা-মহিলাসকলে চুলি ধুলে-তেওঁলোকৰ ভায়েকৰ জীৱনত-আৰ্থিক সমস্যাৰ সন্মুখীন হবলগীয়া হয়।আৰু পইচাৰ ধাৰ বৃদ্ধি হয়।
গুৰুবাৰৰ দিনা মহিলাসকলে চুলি ধুলে-ঘৰ পৰিয়ালত সুখ-সমৃদ্ধিৰ বেয়া প্ৰভাৱ পৰে।
*জ্যোতিষ শাস্ত্ৰ অনুসাৰে-মহিলাসকলে শনিবাৰৰ দিনা চুলি ধুলে-ইয়াৰ দ্বাৰা আপোনাৰ জীৱনত পইচাৰ সমস্যা হয় আৰু ঘৰৰ লোকসকলৰ আয়ুস কম হয়।( সংগ্ৰহিত)।