বাহিৰত প্রচণ্ড গৰম। ঘৰে-বাহিৰে একে সমানে কাম কৰি শৰীৰলৈ আহে ক্লান্তি। শৰীৰৰ ক্লান্তি দূৰ কৰিবলৈ পানী আৰু খাদ্যৰ বিকল্প নাই। বৰ্তমান অতিৰিক্ত গৰমৰ কাৰণে শৰীৰ সহজে ক্লান্ত হৈ পৰে। শক্তি স্তৰ কমি আহে, দুর্বল লাগে। এই সময়ত খাব পাৰে ৫ প্ৰকাৰৰ খাদ্য: ১. খুব দ্রুততাৰে এনার্জি বা শক্তি বৃদ্ধি কৰিবলৈ
Month: December 2022
চিৰ যৌৱনা হ’বলৈ কোনেনো নিবিচাৰে৷ বয়সৰ চাপ যাতে বুজি পোৱা নাযায় তাৰ বাবে নানা ক্রিম, নানা পেক, বিউটি পার্লাৰত দৌৰ দিওঁ৷ কিন্তু তাৰ পৰা জানো প্ৰকৃত লাভ হয়? তাৰ ফলত কেমিকেলৰ চাপ পৰে, ছালৰ অৱস্থা তথৈবচ হয়৷ কিন্তু জানেনে, এইবোৰ নকৰাকৈয়ে, কেৱল মাত্র কেইটামান বস্তু নিয়মিত খালেই খুব সহজতেই নিজৰ
টোপনি নোহোৱা ৰোগ বৰ্তমান সময়ৰ এক সাধাৰণ সমস্যা। বিশেষকৈ যিসকলে সম্পূৰ্ণ দিন বিভিন্ন কামৰ হেঁচাত থাকে আৰু বিষন্ন হৈ থাকে তেওঁলোকৰ বাবে ই মাৰাত্মক ৰূপ ধাৰণ কৰে। আনহাতে, যিসকলে শ্বিফটিং ডিউটি কৰে তেওঁলোকৰো এই সমস্যা আছে। খাদ্যাভ্যাসৰ কাৰণে আৰু প্রয়োজনীয় পুষ্টি নাপালেও ইনছোমিয়া বা টোপনি নোহোৱা ৰোগ হ’ব পাৰে। ইয়াত
সদ্যোজাতৰ ৰোগ প্রতিৰোধ ক্ষমতা গঢ়ি তোলাৰ বাবে ব্রেষ্টমিল্কৰ বিকল্প নাই। তাৰ উপৰি মাতৃ আৰু সন্তানৰ আত্মিক সংযোগ গঢ়ি উঠে এই প্রক্রিয়াৰ মাজেদিয়ে। শিশুৰ ‘প্রাইম কেয়াৰগিভাৰ’ যে মাতৃয়েই, সেই বোধ শিশুৰ ভিতৰত সৃষ্টি হয় ব্রেষ্টফিডিঙৰ মাধ্যমেৰে। বিগত সপ্তাহটো অর্থাৎ ১-৭ আগষ্ট উদযাপিত হয় ‘ৱর্ল্ড ব্রেষ্টফিডিং উইক’ হিচাপে। এই বছৰ এই সপ্তাহৰ
কেতিয়াবা ভর্তা হিচাবে, কেতিয়াবা ভাজি বা কেতিয়াবা তৰকাৰি কৰি, সকলোৰে লগতেই বেঙেনাৰ জুতি মিলি যায়। গৰম ভাত আৰু বেঙেনা ভাজি সকলোৰেই প্রিয় খাদ্য। অৱশ্যে যিসকলৰ এলার্জি আছে তেওঁলোকে বেঙেনাৰ পৰা দূৰত থকাই ভাল। পাচলি জগতৰ ৰজা হিচাবে পৰিচিত বেঙেনাই পাবলগীয়া কদৰ নাপালেও গুণত কিন্তু ইয়াক অৱহেলা কৰা সম্ভৱ নহয়। আচলতে