এটি মন্ত্ৰ যাৰ দ্বাৰা বহুত কিছু কৰা সম্ভৱ, দুৰাৰোগ্য ব্যাধিৰ পৰা যেনেকৈ মুক্তি লাভ সম্ভৱ ঠিক একেদৰে অকাল মৃত্যুৰ হাতৰ পৰাও এই মন্ত্ৰ পাঠ কৰি ৰক্ষা পোৱা সম্ভৱ। আনকি প্ৰাচীন বেদত এই কথাও উল্লেখ আছে যে কোনোবাই যদি নিয়মীয়া কৈ এই মন্ত্ৰ পাঠ কৰে তেনেহলে সমস্ত ধৰণৰ বিপদৰ পৰা ৰক্ষা
Month: December 2022
চাইবাৰৰ যুগতো গাৰ বৰণ বগা কৰাৰ বাবে দুৰ্বাৰ আকাংখ্যা সকলোৰে৷ কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ দেশৰ সৰ্বত্ৰ ‘ফেয়াৰনেছ ক্ৰীম’ৰ বিপুল চাহিদা৷ প্ৰায় শিশু কালৰ পৰা গাৰ বৰণ বগা কৰিবলৈ প্ৰায় প্ৰতিজন ব্যক্তিয়ে আৰম্ভ কৰে ক্ৰীম ঘহিবলৈ৷ এনেদৰে ক্ৰীম ঘহিবলৈ আৰম্ভ কৰাৰ পাছত আৰম্ভণিতে কিছু পৰিষ্কাৰ দেখায়৷ কিন্তু গাৰ বৰণ বগা হ’বলৈ নিয়মীয়াভাৱে
দিনটোৰ আৰম্ভণি ভাল হয় তেন্তে গোটেই দিনটো ভালদৰেই যায়। প্ৰতিটো কামতে সফলতা থাকে৷ জ্যোতিষশাস্ত্ৰ মতে পুৱা শুই উঠি দেখা কিছুমান বস্তুক অতি শুভ বুলি গণ্য কৰা হয়। জানি লওঁক পুৱা কোনবোৰ বস্তু দেখিলে শুভ হয়৷ ৰাতিপুৱা চকু মেলিলেই যদি চৰাইৰ চিঞৰ-বাখৰ শুনা পায়, তেন্তে সেয়া অতি ভাল লক্ষণ। তেতিয়া গোটেই
বলীউডৰ কুৰি বছৰীয়া সুন্দৰী অভিনেত্ৰী তুনিশ্বা শৰ্মাৰ ৰহস্যজনক আত্মহত্যাৰ মৃত্যুৰ ঘটনাত ‘লাভ জেহাদ’ৰ সংযোগ থকা বুলি মহাৰাষ্ট্ৰৰ বিজেপি বিধায়ক ৰাম কদমে অভিযোগ উত্থাপন কৰাত অভিনেত্ৰীৰ মৃত্যুৰ ঘটনাই নতুন মাত্ৰা লাভ কৰিছে৷ মহাৰাষ্ট্ৰৰ বিজেপি বিধায়ক ৰাম কদমে তুনিশ্বাৰ মৃত্যুৰ নেপথ্যৰ কাৰণ লাভ জেহাদ বুলি মন্তব্য কৰি তেওঁৰ বক্তব্যৰ সমৰ্থনত যুক্তিও থিয়
অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুক লৈ আজিও প্ৰশ্ন উত্থাপন হয়৷ প্ৰকৃততে অভিনেতাগৰাকীয়ে আত্মহত্যা কৰিছিল নে তেওঁক হত্যা কৰা হৈছিল সেয়া আজিও ৰহস্য৷ শেহতীয়াকৈ সুশান্ত সিং ৰাজপুতৰ মৃত্যুক লৈ এক বৃহৎ দাবী কৰিছে ৰূপকুমাৰ শ্বাহ নামৰ এজন ব্যক্তিয়ে৷ তেওঁ দাবী কৰিছে যে আত্মহত্যা নহয়, হত্যা কৰা হৈছিল সুশান্ত সিং ৰাজপুতক৷ ২০২০ চনৰ ১৪ জুনত চৰম