ভগৱানৰ ওচৰত চাকি জ্বলোৱাৰ-কিছুমান বিশেষ নিয়ম- *হিন্দু ধৰ্মত চাকিৰ বিশেষ গুৰুত্ব আছে।চাকিক ইতিবাচকতাৰ প্ৰতীক বুলি গণ্য কৰা হয়।ৰাতিপুৱা আৰু সন্ধিয়া প্ৰতিখন ঘৰত ভগৱানৰ ওচৰত চাকি জ্বলোৱাৰ পৰম্পৰা আছে।বিশ্বাস কৰা হয় যে-চাকি জলাল ঘৰৰ পৰা নেতিবাচক শক্তি আঁতৰ হয় আৰু সুখেৰে ভৰি পৰে। *বাস্তু শাস্ত্ৰৰ মতে-চাকি জ্বলোৱাৰ-কিছুমান বিশেষ নিয়ম আছে।যদি আপুনি
Month: December 2022
বাস্তু অনুসাৰে-এই ৫টা বস্তু ঘৰত থাকিলে-মা লক্ষ্মীৰ আৰ্শীবাদ সদায়ে থাকে। *বাস্তু শাস্ত্ৰত-এনে কিছুমান উপায়ৰ কথা কোৱা হৈছে যে-এই উপায়সমূহ কৰিলে-ভাগ্য প্ৰৱল হয়। *প্ৰতিজনে বিচাৰে যে-তেওঁৰ জীৱন সুখ-সমৃদ্ধিৰে পৰিপূৰ্ণ হৈ থকাটো।যাৰ বাবে-দিনে ৰাতিয়ে কষ্ট কৰে।কিন্তু বহু বাৰ-বহু প্ৰয়াস কৰাৰ পাছতো-যেতিয়া সফলতা প্ৰাপ্ত নহয়-তেতিয়া সেয়াক ভাগ্যৰ দোষ মনা হয়।কিন্তু বাস্তু শাস্ত্ৰত এনে-কিছুমান
শুই থকাৰ সময়ত-নাক বাজে নেকি?চিৰদিনৰ বাবে-নাক বজা বন্ধ কৰিবলৈ-কিছুমান সহজ টিপছ- *শুই থকাৰ সময়ত নাক বাজে নেকি! নাক বাজিলে-প্ৰায়ে উপহাস কৰা হয়।কিন্তু সমস্যাটোক লৈ ঠাট্ৰা কৰিয়েই উৰুৱাই দিব নোঁৱাৰি।অতিৰিক্ত ওজনৰ বাবে-নাকত যিকোনো ধৰণৰ ব্লক,নাকৰ হাড়ৰ যিকোনো সমস্যা-চৰ্দি,হাওঁফাওঁৰ সমস্যাৰ বাবে,মানুহৰ নাক বাজে। কিন্তু এই সমস্যাবোৰৰ অতি সহজে-মোকাবিলা কৰিব পাৰি।সেইবোৰ হল- *এটা
শীতকালত নখৰ ওচৰৰ ছাল এৰাই বাৰে বাৰে আমনি কৰে নি! তেতিয়া হলে এই ঘৰুৱা প্ৰতিকাৰ গ্ৰহণ কৰক। #শীতকালত বহু লোকৰ হাতৰ আঙুলিৰ নখৰ পৰা ছাল এৰাই যোৱাৰ ফলত অসুবিধাৰ সন্মুখীন হয়। ই একেবাৰে সাধাৰণ যেন লাগিলেও কেতিয়াবা ই যথেষ্ট বিষায়। ইয়াৰ কাৰণ হৈছে নখৰ কাষৰ পৰা ছালৰ আঁহ ওলাই অহাৰ
সমগ্ৰ মুম্বাইতে কণ্ডমৰ অৰ্ডাৰ আটাইতকৈ বেছি! হয়, এয়া কোনো উৰাবাতৰি নহয়। বৰঞ্চ ছুইগিয়ে (Swiggy) কৰা নতুন সমীক্ষাৰ তথ্যই সমগ্ৰ চহৰখনকে এক চৰ্চাত ৰাখিছে। শেহতীয়াকৈ ছুইগিয়ে তেওঁলোকৰ গেলামালৰ অৰ্ডাৰ কৰা এপ ইনষ্টামাৰ্টৰ ডেলিভাৰী ৰেকৰ্ডৰ ভিত্তিত এক অধ্যয়ন চলাইছে। মূলতঃ মুম্বাই, দিল্লী, হায়দৰাবাদ, চেন্নাইত বিক্ৰীৰ ওপৰত ভিত্তি কৰি ছুইগিয়ে এই সমীক্ষা চলাইছিল।