কেদাৰনাথ উত্তৰাখণ্ডত অৱস্থিত। ভাৰতৰ শিৱ মন্দিৰ সমূহৰ ভিতৰত কেদাৰনাথ হৈছে এক অন্যতম মন্দিৰ। পুৰাণৰ কাহিনী অনুসৰি হিমালয়ৰ কেদাৰ শৃংগত বিষ্ণুৰ অৱতাৰী নৰ আৰু নাৰায়ণ ঋষিয়ে শিৱ তপস্যা কৰিছিল। তেওঁলোকৰ কঠোৰ তপস্যাবলে সন্তষ্ট হৈ শিৱই কেদাৰ শৃংগত জ্যোতি লিংগ ৰূপত সদায় বাস কৰিম বুলি বৰ প্ৰদান কৰে। মহাভাৰতত পঞ্চ পাণ্ডৱ জয়ী
Month: December 2022
চণ্ডাল পৰ্য্যন্ত কৰি জগতৰ উপকাৰী নাহি নাম গুণ বিনে আন ৷ সেহিসে কাৰণে হৰি নিজ যশ প্ৰিয় ভৈল ভগৱন্ত ভকতৰ প্ৰাণ ৷৷ ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ, চাণ্ডাল পৰ্যন্ত পৰম মঙ্গলময় হৰিনাম গুণ শ্ৰৱণ কীৰ্ত্তন কৰি পৰম পবিত্ৰ হ’ব পাৰে ৷ হৰিনামে উচ্ছ-নীচ্, জাত
মহাভাৰতৰ অনুসাশন পৰ্বত ধৰ্মৰাজ যুধিষ্ঠিৰ’ক উপদেশ দিছিল- শৰশয্যাত পৰি থকা-গংগাপুত্ৰ ভীষ্মই….!! কুৰুক্ষেত্ৰৰ যুদ্ধত জয়ী হৈ.. জেষ্ঠ্য পাণ্ডৱ-‘ধৰ্মৰাজ যুধিষ্ঠিৰ’ হষ্ঠিনাপুৰৰ সিংহাসনত বহাৰ পূৰ্বে ভগৱান শ্রী কৃষ্ণৰ পৰামৰ্শতে-শৰশয্যাত পৰি থকা ৰাজনীতিত মহানিপুন- মহাজ্ঞানী-ভীষ্মৰ আৰ্শীবাদ আৰু দিহা পৰামৰ্শ লবলৈ যাওঁতে- ভীষ্মই হস্তিনাপুৰৰ নতুন ৰজা-যুধিষ্ঠিৰক নিজ অভিজ্ঞতাৰ পৰা-বিভিন্ন বিষয়ত বহুত মূল্যবান পৰামৰ্শ দিছিল.. ।
বীৰ হনুমান কেনেদৰে হল ইমান বলশালী হনুমানৰ মাকৰ নাম অঞ্জনা,বায়ুদেৱতাৰ ফালৰপৰা হনুমানৰ জন্ম হল।তেওঁ জন্ম হৈছিল এটা গুহাৰ ভিতৰত। মাকে এদিন ফল মূল বিচাৰি গুহাৰ বাহিৰলৈ যাঁওতে হনুমান ভোকত আতুৰ হৈ পৰিল।গুহাৰ বাহিৰলৈ আহি পকা ফলৰ দৰে উদিত সূৰুযক দেখা পালে।তাকে আনি খোৱাৰ হেঁপাহেৰে জাপ মাৰি বহু যোজন ওপৰলৈ উঠিল।পিতৃ
*হিন্দু ধৰ্মত আৰু জ্যোতিষ শাস্ত্ৰত-বহু এনে কাৰ্য্যৰ কথা কোৱা হৈছে-যাৰ শুভ আৰু অশুভ প্ৰভাৱ আমাৰ জীৱনৰ ওপৰত পৰে। লগতে-এনে কিছু পৰম্পৰা আছে-যাৰ পালন পুৰণি কালৰে পৰা কৰি অহা হৈছে।আপোনালোকে বহুবাৰ-নিজৰ ঘৰৰ ডাঙৰজনে আপোনাক কোনো বিশেষ বাৰত-চুলি ধুবলৈ বাধা দিয়ে।ইয়াৰ পাছতো ধাৰ্মিক মান্যতা জড়িত আছে।কোৱা হয় যে-মংগলবাৰে-গুৰুবাৰে আৰু শনিবাৰে চুলি ধুব