1/ 5 ঔষধ গ্ৰহণ নকৰাকৈ ঘৰত ৰোগটো আৰোগ্য কৰিব পৰাতকৈ ভাল একো নাই। এনে ধৰণৰ ঘৰত বনোৱা জলপান হৈছে মেথি তিয়াই থোৱা পানী বা তিয়াই থোৱা মেথি। নিয়মীয়াকৈ একাপ মেথি তিয়াই থোৱা পানী খাই, বিভিন্ন ৰোগৰ পৰা আঁতৰি থকাটো সম্ভৱ। 2/ 5 যিসকলে এচিডিটি, গেছৰ সমস্যাত ভুগিআছে তেওঁলোকে প্ৰতিদিনে ৰাতিপুৱা খালী পেটত
Month: December 2022
সময়ৰ অভাৱত আজিকালি বহুতেই এবাৰ খাদ্য ৰান্ধি কে’বাদিনলৈ খোৱা দেখা যায় । বিশেষকৈ বিভিন্ন খাদ্য ফ্ৰিজত ৰাখি খোৱাৰ অভ্যাস সকলোৰে আছে । কিন্তু কিছুমান খাদ্য পুনৰ গৰম কৰি খোৱা শৰীৰৰ বাবে খুবেই ক্ষতিকাৰক । আজি আমি আঠ বিধ এনে খাদ্যৰ কথা উল্লেখ কৰিম যি খাদ্য পুনৰ গৰম কৰি খাব নেলাগে । ১/ কাঠফুলা
এই পদ্ধতিবোৰে ঋতুস্ৰাৱৰ সময়ত অসহনীয় বিষৰ পৰা সকাহ দিব পাৰে। 1/ 8 ঋতুস্ৰাৱ (Periods)ৰ সময়ত, প্ৰতিগৰাকী মহিলাৰ জীৱন অসহনীয় বিষৰ সন্মুখীন হয়। একমাত্ৰ পাৰ্থক্য হৈছে যে এই বিষ কাৰোবাৰ কম আৰু কাৰোবাৰ অলপ বেছি। 2/ 8 আনকি কিছুমান মহিলাই ইয়াৰ বাবে ঔষধ গ্ৰহণ কৰিব লগা হয়৷ কিন্তু এই ক্ষেত্ৰত ঔষধ খোৱাটো স্বাস্থ্যৰ
কিছুমান বস্তু আমাৰ জীৱনত সুখ-শান্তি দিব পাৰে। আৰু কিছুমান বস্তুয়ে আমাৰ জীৱনৰ পৰা সুখ-শান্তি কাঢ়ি নিব পাৰে। এজন মানুহক ধ্বংসৰ দিশে ঠেলি দিবলৈ এটা সৰু ভুলেই যথেষ্ট, আজি আমি কথা পাতিম আপুনি অজানিতে কৰা কিছুমান ভুলৰ বিষয়ে… গা ধোৱাৰ পিছত যদি চোকা বস্তু ব্যৱহাৰ কৰে তেন্তে সাৱধান হওক। পৰিৱেশগত ভাৱে
বৰ্তমান সকলোৰে মাজত স্বাস্থ্য সচেতনতা বৃদ্ধি পাইছে । বৰ্ধিত ওজন আৰু বিভিন্ন ৰোগ প্ৰতিৰোধৰ বাবে সকলোৱে আজিকালি গ্ৰীণ টি সেৱন কৰে । কিন্তু বিশেষজ্ঞৰ মতে গ্ৰীণ টি খালেই নহ’ব । গ্ৰীণ টি খোৱাৰো আছে বিশেষ নিয়ম । ১/ আহাৰ গ্ৰহণ কৰাৰ পিছত কেতিয়াও গ্ৰীণ টি নেখাব । বহুতেই আক’ আহাৰ