Year: 2022

শিশুটিৰ সৈতে আপুনিও কৰে নেকি এই ভুল, আজিয়ে পৰিহাৰ কৰক

শিশুটিৰ সৈতে আপুনিও কৰে নেকি এই ভুল, আজিয়ে পৰিহাৰ কৰক

পিতৃ-মাতৃ হ’ল আমাৰ জীৱনদাতা, পালনকৰ্তা আৰু জীৱনৰ দিশ নিৰ্ণয়কাৰী। মাক-দেউতাকৰ অশেষ কষ্ট আৰু ত্যাগৰ বলত ল’ৰা-ছোৱালী জন্ম আৰু ডাঙৰ-দীঘল হয় । সন্তানৰ শিক্ষা, জ্ঞান, সামাজিক,সাংস্কৃতিক সকলো দিশ প্ৰথম অংকুৰণ হয়