Advertisement

Year: 2022

অভিনেতা কিশোৰ দাসৰ দেহাৱসান

অভিনেতা কিশোৰ দাসৰ দেহাৱসান

চেন্নাই চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ অভিনেতাগৰাকীৰ। বহুদিন ধৰি জটিল ৰোগত ভুগি অসুস্থ হৈ থকা অভিনেতা কিশোৰ দাস অৱশেষত উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ গৈছিল। দীৰ্ঘদিন ধৰি মহানগৰীৰ ‘হেলথ চিটি’ নামৰ চিকিৎসালয়খনত