সৰৰাচৰ কোৱা হয় যে দিনটোৰ আৰম্ভণি যিমানেই ভাল হ’ব, গোটেই দিনটো সিমানেই ভাল হ’ব। কিন্তু যদিহে আপুনি ৰাতিপুৱা পলমকৈ বিচনা এৰে বা আপুনি শুই উঠাৰ লগে লগে আপোনাৰ ম’বাইলটো চাবলৈ আৰম্ভ কৰে, এই অভ্যাসবোৰে আপোনাৰ স্বাস্থ্যক প্ৰভাৱিত কৰিব পাৰে আৰু আপুনি নজনাকৈয়ে অসুস্থ হৈ পৰিব পাৰে। এই অভ্যাসবোৰে আপোনাক ভাগৰুৱা
Year: 2022
আধুনিক এই সময়ত সলনি হৈ পৰিছে আমাৰ জীৱনশৈলী সলনি হৈ পৰিছে আমাৰ অভ্যাস । দিনটোৰ ব্যস্ততাৰ পিছত আমি নিশা দেৰিলৈকে সাৰে থাকিব বিচাৰো বা দুপৰ নিশালৈকে সাৰে থাকি আন কাম কৰা আদি বিষয়বোৰে প্ৰভাৱ পেলাইছে আমাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যত । শেহতীয়াকৈ দিল্লীৰ এগৰাকী ১৯বছৰীয়া ছাত্ৰীয়ে মুকলিকৈ উল্লেখ কৰিছে নিশাৰ
কোৰোণা সংক্ৰমণৰ কাৰণে মানুহে বেছিভাগ সময় ঘৰতে কটাব লৈছে আৰু এনেকুৱাত ইণ্টাৰনেট মানুহৰ কাৰণে আশীৰ্বাদ স্বৰূপ স্বস্তি হৈ পৰিছে। অৱশ্যে ছচিয়েল মিডিয়াত কিছু বদভ্যাসৰ কাৰণে সম্পৰ্কত ফাঁট মেলাও দেখা গৈছে। যদি আপোনাৰ অনুমান হৈছে যে আপোনাৰ পাৰ্টনাৰে ছচিয়েল মিডিয়াত এই ৫টা কাম কৰিছে তেনেহ’লে আপুনি সতৰ্ক হোৱা প্ৰয়োজন। ছচিয়েল মিডিয়াত
প্ৰতিমাহে ঠিক সময়ত মাহেকীয়া নোহোৱাৰ সমস্যাটো অতি অশান্তিকৰ। হৰমোনৰ সমস্যা, ওজন কম–বেছি হোৱাৰ টনা–টনি বা শুই বহি জীৱন কটোৱাৰ কাৰণে আজিকালিৰ মহিলাসকলৰ মাজত প্ৰধানকৈ এই সমস্যা দেখা দিছে। পিৰিয়ড অনিয়মিত হ’লে শকত হোৱাৰ প্ৰৱণতাও বাঢ়ে। মুখমণ্ডল তথা সমগ্ৰ শৰীৰত অবাঞ্চিত চুলি গজা, মন–মেজাজ খিংখিঙীয়া হৈ থকা দেখা যায়। অনিয়মিত ঋতুস্রাৱৰ
স্বপ্নদোষ! বহুলোক এই সমস্যাত সন্মুখীন হৈ আহিছে। কিন্তু লাজতেই হওক বা ভয়তেই হওক, এনে সমস্যা চলি থাকিলেও চিকিৎসকৰ কাষ নাচাপে। ফলত দিনে দিনে সমস্যা অধিক জটিল হৈ পৰে। এইবাৰ বিশেষজ্ঞা পল্লৱী বৰ্নৱাললৈ এজন লোকে এই সমস্যাৰ সমাধান বিচাৰি পত্ৰ প্ৰেৰণ কৰিলে। কিন্তু ইয়াৰ উত্তৰত পল্লৱীয়ে এয়া একেবাৰেই সাধাৰণ কথা বুলি