Year: 2022

সৰ্বশিক্ষাৰ নগাঁৱৰ আৱাসিক প্ৰশিক্ষণ কেন্দ্ৰত চুৰি

সৰ্বশিক্ষাৰ নগাঁৱৰ আৱাসিক প্ৰশিক্ষণ কেন্দ্ৰত চুৰি

নিউজ ব্যুৰ’,নগাঁও,৩০মে’:–নগাঁও জিলাৰ ইটাচালি টাউন আৰক্ষী চকীৰ অন্তৰ্গত নগাঁও নৰ্মাল স্কুল চৌহদত অৱস্থিত অসম সৰ্বশিক্ষা অভিযান মিছনৰ অধীনত থকা আৱাসিক প্ৰশিক্ষণ কেন্দ্ৰত এক চুৰিকাণ্ড সংঘটিত হোৱাৰ ঘটনা পোহৰলৈ অহাত তীব্ৰ