Year: 2022

Jawa-Yezdi Motorcycles Conclude Taktsang Trail 2022

Jawa-Yezdi Motorcycles Conclude Taktsang Trail 2022

Jawa-Yezdi Motorcycles concluded the annual Taktsang Trail Ride in Guwahati. The ride that commenced from Dimapur with 14 riders, took them across the beautiful landscape and unexplored corners of the North-Eastern states covering 1000 km. The Taktsang Trail ride has been introduced in the Jawa-Yezdi Nomad’s ride calendar to discover

নগাঁৱৰ নিজ ডিমৌৰ নামঘৰৰ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস-ভাওনা মহোৎসৱ আৰম্ভ,হৰিনাম- দিহানামৰ ধ্বনিৰে মুখৰিত ডিমৌ

নগাঁৱৰ নিজ ডিমৌৰ নামঘৰৰ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস-ভাওনা মহোৎসৱ আৰম্ভ,হৰিনাম- দিহানামৰ ধ্বনিৰে মুখৰিত ডিমৌ

“হৰিনাম ৰসে / বৈকুণ্ঠ প্ৰকাশে /প্ৰেম অমৃত নদী /শ্ৰী শংকৰে পাৰভাগি / বহে ব্ৰহ্মাণ্ডক ভেদি”–এনেদৰে হৰিনামৰ ধ্বনিৰে পৰম ব্ৰহ্ম পৰমেশ্বৰৰ গুণানু কীৰ্তনেৰে আজিৰে পৰা নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ নিজ ডিমৌ নামঘৰৰ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু ভাওনা মহোৎসৱটি দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে । নিজ ডিমৌ ৰাইজৰ উদ্যোগত আয়োজিত প্ৰতিষ্ঠা দিৱস আৰু

নগাঁৱৰ ঘাঁহীত কৈৱৰ্ত্ত সাহিত্য আৰু সাংস্কৃতিক সভা,অসমৰ নগাঁও জিলা সমিতিৰ উদ্যোগত সতী ৰাধিকা উৎসৱ উদযাপন

নগাঁৱৰ ঘাঁহীত কৈৱৰ্ত্ত সাহিত্য আৰু সাংস্কৃতিক সভা,অসমৰ নগাঁও জিলা সমিতিৰ উদ্যোগত সতী ৰাধিকা উৎসৱ উদযাপন

কৈৱৰ্ত্ত সাহিত্য আৰু সাংস্কৃতিক সভা অসমৰ,নগাঁও জিলা সমিতিৰ উদ্যোগত ঘাঁহী,দক্ষিণপাট,ননৈ, দক্ষিণপাট,ম’হমৰীয়া,বেবেজীয়া, হাতীগাঁও,জাগীয়াল,তুলসীমুখ,ৰহাভাটিকুৰি,উজনিকুৰি,পেটবঢ়া আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ কৈৱৰ্ত্ত ৰাইজ তথা অনুসূচীত জাতি সংগ্ৰামী যুৱ পৰিষদ আৰু সদৌ অসময়া কৈৱৰ্ত্ত সন্মিলনীৰ নগাঁও জিলা সমিতিৰ সহযোগত সোমবাৰে ঘাঁহী চাৰিআলিস্থিত ৰাজহুৱা ভৱনত দিনযোৰা কাৰ্যসূচীৰে মহাপুৰুষ শংকৰদেৱৰ একনিষ্ঠ সেৱক মহিয়সী নাৰী সতী ৰাধিকা আইৰ জন্ম