Year: 2022

শংকৰী কলাকৃষ্টিৰ সাধক- নামাচাৰ্য-সমাজ সংগঠক- শিক্ষাব্ৰতী লাহিৰাম নাথৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন, অংকীয়া নাট “ৰুক্মিণী হৰণ” প্ৰদৰ্শন

শংকৰী কলাকৃষ্টিৰ সাধক- নামাচাৰ্য-সমাজ সংগঠক- শিক্ষাব্ৰতী লাহিৰাম নাথৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন, অংকীয়া নাট “ৰুক্মিণী হৰণ” প্ৰদৰ্শন

নগাঁও জিলাৰ বেবেজীয়াৰ পশ্চিম প্ৰান্তৰ বামুণবড়ি দ-গাঁও নিবাসী শংকৰী কলাকৃষ্টিৰ সাধক, নামাচাৰ্য,সমাজ সংগঠক, শিক্ষাব্ৰতী লাহিৰাম নাথৰ আদ্যশ্ৰাদ্ধ উপলক্ষে আজি এখনি স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন কৰা হয় । দিনৰ ২বজাৰ পৰা প্ৰয়াত