Year: 2022

প্ৰমোদ বড়োৰ কনভয় দুর্ঘটনাগ্ৰস্ত; এজন জোৱান নিহত হোৱাৰ লগতে তিনিজন আহত

প্ৰমোদ বড়োৰ কনভয় দুর্ঘটনাগ্ৰস্ত; এজন জোৱান নিহত হোৱাৰ লগতে তিনিজন আহত

বি টি আৰৰ প্ৰধান প্ৰমোদ বড়োৰ কনভয় বাহনৰ দুর্ঘটনা। তামূলপুৰৰ এঘাৰমাইলত দুর্ঘটনাগ্ৰস্ত হয়  কনভয়ৰ বাহন।ভয়ংকৰ দুর্ঘটনাত এগৰাকী আৰক্ষী জোৱান থিতাতে নিহত হোৱাৰ লগতে অন্য তিনিগৰাকী জোৱান আহত হয়।নিহত জোৱানজন ৰাজু