Advertisement

Year: 2022

হাতত আঙুঠি, শিৰত সেন্দূৰ! অতি সংগোপনে বিয়া হ’ল নেকি দেৱলীনা ভট্টাচাৰ্জীৰ?

হাতত আঙুঠি, শিৰত সেন্দূৰ! অতি সংগোপনে বিয়া হ’ল নেকি দেৱলীনা ভট্টাচাৰ্জীৰ?

জনপ্ৰিয় ধাৰাবাহিক ‘চাথ নিভানা চাথিয়া'(Saath Nibhaana Saathiya)ৰ অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্জীয়ে পুনৰবাৰ ভিডিঅ’ আৰু ছবিৰে অনুৰাগীক বিভ্ৰান্ত কৰিছে। আচলতে তেওঁৰ কেইখনমান ফটো শ্বেয়াৰ কৰিছে, য’ত তেওঁৰ মুখত হালধী আৰু ভৰিত মেহেন্দী