Yogi Adityanath will be sworn-in for a second term as the chief minister of Uttar Pradesh on Friday, in a grand ceremony at Lucknow’s Bharat Ratna Shri Atal Bihari Vajpayee Ekana Cricket Stadium, which bears the name of former Prime Minister and late BJP stalwart Atal Bihari Vajpayee. Adityanath led
Year: 2022
৫৯ পইচা কম হৈছে, বিদ্যুতৰ মাচুল প্ৰতি ইউনিটত বাঢ়িব লাগিছিল ২টকাৰো অধিক, মন্ত্ৰী বিমল বৰা অসন্তুষ্ট!
অসম চৰকাৰৰ বিত্ত বিভাগে চলিত বৰ্ষৰ ১ এপ্ৰিলৰ পৰাই কাৰ্যকৰী হোৱাকৈ বিদ্যুতৰ মাচুল প্ৰতি ইউনিটত ৫৯ পইচাকৈ বৃদ্ধিৰ সিদ্ধান্ত লৈছে। এই সিদ্ধান্তৰ ফলত স্বাভাৱিকতে অসন্তুষ্ট ৰাজ্যৰ সাধাৰণ জনতা। পিছে এই সন্দৰ্ভত শক্তিমন্ত্ৰী বিমল বৰাৰ প্ৰতিক্ৰিয়া জানিব খোজাত, মন্ত্ৰীগৰাকীয়ে সাংবাদিক আগত দিলে অদ্ভুত যুক্তি। মন্ত্ৰী বিমল বৰাৰ মতে ৫৯ পইচাৰ পৰিৱৰ্তে
দেশৰ চৌদিশে দি কাশ্মীৰ ফাইলছ (The Kashmir Files)ৰ চৰ্চা অব্যাহত আছে। বিশেষকৈ প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিজেপিৰ বহু নেতা-মন্ত্ৰীয়ে দি কাশ্মীৰ ফাইলছক এখন ঐতিহাসিক চিনেমা আখ্যা দিছে। ছবিখন সকলো ভাৰতীয়ই ছাব লাগে বুলি আহ্বান জনাই ইতিমধ্যে বহু ৰাজ্যত ছবিখনক কৰমুক্ত কৰা হৈছে। ছবিখনক কৰ মুক্ত কৰাক লৈ শেহতীয়াকৈ মুখ খুলিছে
গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন পিছুৱাবৰ বাবে নিৰ্বাচন আয়োগত আবেদন ৰাজ্যিক বিজেপিৰ। সাধাৰণ সম্পাদক পুলক গোহাঁই, দিপ্লুৰঞ্জন শৰ্মা আৰু গুৱাহাটী বিজেপিৰ সভাপতি মৃগেন শৰণীয়াই আবেদন জনায় নিৰ্বাচন আয়োগক। ২১ এপ্ৰিলৰ পাছত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ। বিশেষভাৱে ব’হাগ বিহুৰ বাবেই এই আবেদন বিজেপিৰ। পৌৰ নিগমৰ নিৰ্বাচনত ক্লীন ছুইপ কৰিব বুলি
NRCৰ প্ৰসংগত বুধবাৰে বৰাকৰ AIUDFৰ বিধায়ক কৰিম উদ্দিন বৰভূঞাই অসমত এজনো বাংলাদেশী নাই তথা বদৰুদ্দিন আজমলে অসমৰ নেতৃত্ব লোৱাতো উজনি অসমৰ বুদ্ধিজীৱীয়ে বিচাৰে বুলি কৰা মন্তব্যৰ সৃষ্টি হৈছে বিৰূপ প্ৰতিক্ৰিয়াৰ ৷ এতিয়া কৰিম উদ্দিন বৰভূঞাক উভতি ধৰিছে বিজেপি বিধায়কে ৷ ‘অসমত এজনো বাংলাদেশী নাই। অসমত যদি বাংলাদেশী আছে, চৰকাৰে নেখেদে