Advertisement

Year: 2022

নাৰী অন্যন্যা! ই-ৰিক্সা চালকৰ ৰূপত অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ

নাৰী অন্যন্যা! ই-ৰিক্সা চালকৰ ৰূপত অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ

নাৰী অবিহনে সকলো আধৰুৱা। বিভিন্ন সময়ত বিভিন্ন ভূমিকা পালন কৰি আহিছে এগৰাকী নাৰীয়ে। কেতিয়াবা পত্নী,ভগ্নী,আৰু কেতিয়াবা মাতৃ। নাৰী শব্দটো নিচেই সৰু,কিন্তু যোগ বিয়োগ সকলো ব্যৰ্থ এই শব্দটোৰ পৰিধি উলিওৱাত। আজি