‘গেং অফ ডেভিলছ’ বাইকাৰ গ্ৰুপৰ দুই সদস্যক গ্ৰেপ্তাৰ…
Year: 2022
আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা নতুন অধ্যয়নে কিছুমান প্ৰকাৰৰ জন্ম নিয়ন্ত্ৰণ বড়ি (birth control pills)ৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। যিসকলে এইসমূহ গৰ্ভনিৰোধক (contraception) গ্ৰহণ কৰে তেওঁলোকৰ হৰমন (hormones)ৰ পৰিমাণ এই পিল ব্যৱহাৰ নকৰা মহিলাৰ তুলনাত যথেষ্ট বেছি হয়। অধ্যয়নটোত ডিম্বাশয় (ovaries)ৰ দ্বাৰা উৎপন্ন হোৱা আৰু ঋতুস্ৰাৱ (menstrual cycle)ৰ সময়ত প্ৰাকৃতিকভাৱে পৃথক
শিশুসকলৰ পৰা আৰম্ভ কৰি প্ৰাপ্তবয়স্কলৈকে বহু লোকে কিন্তু গাখীৰ খাই বেয়া পায় । কিছুমান লোকে অৱশ্যে ভাতৰ লগত গাখীৰ খাই ভাল পায় । আকৌ কিছু লোকে জলপানৰ লগত গাখীৰ খায় । কিন্তু এই গাখীৰক চুপাৰ ফুড বুলি কোৱা হয় । সৰ্বগুণসম্পন্ন এই গাখীৰ সকলো পুষ্টিৰ আধাৰ আৰু শক্তিৰ উৎস । গৰুৰ গাখীৰৰ কম্পজিচনত
1/ 4 অতিৰিক্ত ওজন শাৰীৰিকভাৱে এটা ডাঙৰ সমস্যা হ’ব পাৰে আৰু সেইকাৰণে সকলোৱে কাৰ্যকৰীভাৱে ওজন হ্ৰাস কৰিব বিচাৰে। বিগত বছৰবোৰত, মানুহে ওজন হ্ৰাস কৰাৰ উপায় বিচাৰি আছে। কিন্তু ব্যায়ামৰ লগতে, ওজন হ্ৰাস কৰাত সঠিক আহাৰে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। 2/ 4 ব্যায়ামৰ মাজত কম বিশ্ৰাম ল’ব। আপোনাৰ জিমৰ দিনবোৰ বাদ নিদিব।
মধুমেহ/ ডাইবেটিক ! এই ৰোগটো প্ৰত্যেক ঘৰতে কম বেছি পৰিমাণে সচৰাচৰ দেখা যায়। এই ৰোগৰ ফলত বিভিন্ন ৰোগ হয় আৰু এতিয়ালৈকে কোনো ঔষধ আৱিষ্কাৰ হোৱা নাই। ডায়েবেটিচৰ বাবে বহুতো খাদ্য খাব নোৱাৰি। কিন্তু কিছুমান ফল আছে যি ডায়েবেটিচ ৰোগীৰ বাবে উপকাৰী। সকলোৰে ঘৰত অনুপ্ৰৱেশ কৰিছে এই ডায়েবেটিচে । বয়সৰ লগত