বুধবাৰৰ দিনা কৰিব লাগে-বুধ গ্ৰহৰ ব্ৰত। অশুভ স্থিতিৰ পৰা পোৱা যাব মুক্তি। *বুধ গ্ৰহৰ পূজা-বুধবাৰে কৰা হয়।এনে কোৱা হয় যে-কুণ্ডলীত বুধ গ্ৰহ অশুভ স্থিতিত থাকিলে-বুধবাৰে গণপতিৰ পূজা কৰিলে বিশেষ লাভ পোৱা যায়।
*কোৱা হয় যে-কুণ্ডলীত বুধ গ্ৰহ অশুভ স্থিতিত থাকিলে-বুধবাৰে গণপতিৰ পূজা কৰিলে-বিশেষ লাভ পোৱা যায়।হিন্দু মান্যতা অনুসাৰে-আপোনাৰ ঘৰলৈ ধন আহিও ধন নাথাকিলে বা-অজথাতে খৰচত হলে আৰু ঘৰত সমস্যাৰ সৃষ্টি হৈ থাকিলে-ইয়াৰ বাবে আপুনি বুধবাৰৰ দিনা ব্ৰত ৰাখি পূজন কৰিলে এইসমূহ দূৰ কৰিব পাৰে।কোৱা হয় যে-এই ব্ৰতে বুধ গ্ৰহৰ অশুভ প্ৰভাৱ দূৰ কৰে।
*বুধবাৰৰ ব্ৰতৰ মান্যতা-
*এনে মান্যতা আছে যে-বুধবাৰৰ ব্ৰত আন্ধাৰ অৰ্থাৎ কৃষ্ণ পক্ষত নাৰাখি শুক্ল পক্ষৰ পৰা আৰম্ভ কৰিব লাগে।(
*এই ব্ৰত যিকোনো মাহৰ-শুক্ল পক্ষৰ আগৰ বুধবাৰৰ পৰা ৰখাটো শুভ মনা হয়।
*কোৱা হয় যে-বুধবাৰৰ ব্ৰত-২১টা বুধবাৰৰ লৈকে আৰু বেছিকে-৪১টা বুধবাৰৰ লৈকে ৰাখিলে শুভ ফল দিয়ে।
*অন্য ব্ৰতৰ দৰে-এই ব্ৰুততো নিমখ বৰ্জিত হয়।
*বুধবাৰৰ ভোজনত-মগু দালিৰ পঞ্জীৰা বা হালোৱাৰ ভোগ দিলে-শীঘ্ৰে পসন্ন হয়।
* বুধবাৰৰ ব্ৰতত দানৰ বিশেষ মহত্ব আছে।এনে কোৱা সয় যে-বুধবাৰে ব্ৰত কৰি-দান কৰাৰ পাছতহে ভোজন গ্ৰহণ কৰিব লাগে।