কৰ্মক্ষেত্ৰত মানসিক নিৰ্য্যাতন

1 min read

আন্তৰ্জাতিক শ্ৰম সংস্থা, ‘ল’য়ডছ ৰেজিষ্টাৰ ফাউণ্ডেচন’ আৰু ‘গেলপ’ৰ যৌথ সমীক্ষাৰ তথ্য অনুসৰি বিশ্বৰ ৫৮ কোটিৰো অধিক মানুহ কৰ্মক্ষেত্ৰত মানসিক নিৰ্য্যাতনৰ বলি হয়।

কৰ্মক্ষেত্ৰত বিভিন্ন ধৰণৰ ভাৱুকি, ভীতি প্ৰদৰ্শন, ধমকি আৰু অপমানৰ সন্মুখীন হ’বলগীয়া হয় শ্ৰমিক-কৰ্মচাৰী। ইয়াৰ উপৰিও ২০ কোটি মানুহ বিশেষকৈ মহিলা কৰ্মীসকল কৰ্মক্ষেত্ৰত যৌন নিৰ্য্যাতনৰ সন্মুখীন হ’বলগীয়া হয়। এনে ধৰণৰ ঘটনা ৰোধ কৰাৰ বাবে বিভিন্ন ধৰণৰ আইন প্ৰয়োগৰ বাবেও প্ৰতিবেদনত পৰামৰ্শ আগবঢ়োৱা হৈছে।।

You May Also Like

More From Author