As temperatures in North India blip up briefly this week, January 2023 could still go down in the books as the coldest for the region, a weather expert has predicted, with temperatures in the plains dipping as far as -4 degrees Celsius next week. Severe chills are on the horizon
Month: January 2023
ড্ৰাই ফ্ৰুইটৰ ভিতৰত খেজুৰ এটা অন্যতম খাদ্য। ইয়াত কিছুমান গুৰুত্বপূৰ্ণ ভিটামিন, খনিজ আৰু প্ৰচুৰ আঁহ থাকে। প্ৰতি ১০০ গ্ৰাম খেজুৰত ২৭৭ কয়ালোৰি, ৭৫ গ্ৰাম কাৰ্বোহাইড্ৰেট, সাত গ্ৰাম আঁহ, দুই গ্ৰাম প্ৰটিনৰ উপলব্ধ। সেয়েহে, এইটো বিশ্বাস কৰা হয় যে যদি দৈনিক আহাৰত তিনিটা খেজুৰ ৰাখিব পাৰি, তেন্তে বহুতো জটিল স্বাস্থ্য সমস্যাৰ
আমাৰ সকলোৰে পচন্দৰ এবিধ অতিকৈ উপকাৰী ফল হৈছে ডালিম । আমি বহুতেই হয়তো ইয়াৰ উপকাৰী গুণৰ বিষয়ে সঠিককৈ জ্ঞাত নহয় । গতিকে আজি আমি আপোনালোকক ইয়াৰ উপকাৰী গুণৰ বিষয়ে অৱগত কৰিম । ডালিমত থকা কিছু উপাদানে শৰীৰত পেশীৰ শক্তি বৃদ্ধি কৰি বয়সৰ চাপ পৰাৰ পৰা ৰক্ষা কৰে । ইয়াৰোপৰি ডালিমৰ ৰসত উৰোলিথিনৰ অনু
শিশুসকলৰ পৰা আৰম্ভ কৰি প্ৰাপ্তবয়স্কলৈকে বহু লোকে কিন্তু গাখীৰ খাই বেয়া পায় । কিছুমান লোকে অৱশ্যে ভাতৰ লগত গাখীৰ খাই ভাল পায় । আকৌ কিছু লোকে জলপানৰ লগত গাখীৰ খায় । কিন্তু এই গাখীৰক চুপাৰ ফুড বুলি কোৱা হয় । সৰ্বগুণসম্পন্ন এই গাখীৰ সকলো পুষ্টিৰ আধাৰ আৰু শক্তিৰ উৎস । গৰুৰ গাখীৰৰ কম্পজিচনত
আমি সকলোৱে জানো যে কিচমিচ স্বাস্থ্যৰ কাৰণে খুবেই উপকাৰী । কাৰণ কিচমিচত প্ৰচুৰ পৰিমাণে কেলচিয়াম, পটাচিয়াম, মেগনেচিয়াম আৰু ফাইবাৰ থাকে । যি শৰীৰক অসাধাৰণ পুষ্টি যোগান ধৰি ৰোগৰ পৰা ৰক্ষা কৰে । ড্ৰাই ফ্ৰুটছ বহুত ধৰণৰ আছে যদিও কিচমিচ শৰীৰৰ বাবে বেছি উপকাৰী । বিশেষজ্ঞৰ মতে, পানীত তিয়াই ৰখা কিচমিচে