Month: January 2023

পুৰুষতকৈ মহিলাৰ বিচনাৰ সংগী বেছি; সমীক্ষাত আছে অসমৰ নামো…

পুৰুষতকৈ মহিলাৰ বিচনাৰ সংগী বেছি; সমীক্ষাত আছে অসমৰ নামো…

দৈনিক পৰকীয়া, বিচ্ছিন্নতা আনকি প্ৰাণ হেৰুৱাৰ ঘটনা বৃদ্ধি পাইছে। সময় পাৰ হৈ যোৱাৰ লগে লগে সম্পৰ্কৰ জটিলতাও বাঢ়িছে। ইয়াৰ মাজতে ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষাত প্ৰকাশ পাইছে চাঞ্চল্যকৰ তথ্য। য’ত প্ৰকাশ পাইছে যে ১১খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত গড়ে পুৰুষতকৈ মহিলাৰ বিচনাৰ সংগী বেছি। উল্লেখ্য যে মুঠ এক লাখ পুৰুষ

টীয়কত ভোগালী উপলক্ষে জুহালত ব্যস্ত বোৱাৰী-জীয়ৰী; পিঠা তৈয়াৰ কৰি হৈছে স্বাৱলম্বী ।

টীয়কত ভোগালী উপলক্ষে জুহালত ব্যস্ত বোৱাৰী-জীয়ৰী; পিঠা তৈয়াৰ কৰি হৈছে স্বাৱলম্বী ।

এতিয়া অসমৰ চৌদিশে ভোগালীক আদৰৰৰ ব্যাপক প্ৰস্তুতি।গাঁও সমূহত দেখা গৈছে সীমাহীন ব্যস্ততা।ভেলা ঘৰ সাজি মেজি পাতি গাঁৱৰ ডেকা সমাজে ভোগালী বিহুক আদৰণি জনোৱাৰ পৰিবেশ সৃষ্টি কৰিছে।চহা অসমীয়াৰ বাপটি সাহোন বিহুটিক পদূলি মুখত পাই দুগুণে উৎসাহিত হোৱা দেখা গৈছে গাঁৱৰ মহিলা সকলক।ঢেঁকীৰ শব্দৰে গাঁৱৰ পৰিবেশ জীপাল হোৱাৰ সমান্তৰাল ভাৱে জুহালত প্ৰস্তুত

যদি PM Kisanৰ হিতাধিকাৰীৰ মৃত্যু হয়, তেন্তে ২০০০ টকাৰ কিস্তি কেনেকৈ পাব, জানি লওক আজিয়ে…

যদি PM Kisanৰ হিতাধিকাৰীৰ মৃত্যু হয়, তেন্তে ২০০০ টকাৰ কিস্তি কেনেকৈ পাব, জানি লওক আজিয়ে…

কেন্দ্রীয় চৰকাৰে কৃষকৰ আয় দুগুণ কৰিবলৈ অহৰহ বহু আঁচনি আনিছে৷ সেই আঁচনিসমূহৰ ভিতৰত এখনৰ নাম হৈছে পি এম কিষাণ সন্মান নিধি (PM Kisan Samman Nidhi Yojana)। এই আঁচনিখন ২০০৯ চনত কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছিল। এই আঁচনিৰ জৰিয়তে মোডী চৰকাৰে দৰিদ্ৰ কৃষকক ৬ হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে। এই ধন

ভাল খবৰঃ গোল্ডেন গ্ল’ব বঁটাত শ্ৰেষ্ঠ গীতৰ খিতাপ লাভ RRRৰ গীত ‘নাটু নাটু’ৰ

ভাল খবৰঃ গোল্ডেন গ্ল’ব বঁটাত শ্ৰেষ্ঠ গীতৰ খিতাপ লাভ RRRৰ গীত ‘নাটু নাটু’ৰ

দক্ষিণ ভাৰতীয় চিনেমাৰ প্ৰবীণ পৰিচালক এছ এছ ৰাজামৌলিৰ ছবি ‘আৰ আৰ আৰ’ৰ ছুপাৰহিট গীত ‘নাটু নাটু’ (Naatu Naatu) য়ে ২০২৩ চনৰ গোল্ডেন গ্ল’ব বঁটা লাভ কৰিছে। এই বঁটাত ৰাম চৰণ আৰু জুনিয়ৰ এন টি আৰৰ এই গীতটিয়ে শ্ৰেষ্ঠ গীত চলচ্চিত্ৰৰ খিতাপ লাভ কৰিছে। এনে পৰিস্থিতিত ‘আৰ আৰ আৰ’ ছবিখনৰ নিৰ্মাতাসকলৰ

নৱগঠিত আছা’ৰ ওদালগুৰি জিলা সমিতিক লৈ কাৰ্যনিৰ্বাহক সমিতিৰ সংবাদমেল

নৱগঠিত আছা’ৰ ওদালগুৰি জিলা সমিতিক লৈ কাৰ্যনিৰ্বাহক সমিতিৰ সংবাদমেল

সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছা’ৰ ৯ জানুৱাৰীত অনুষ্ঠিত হোৱা ওদালগুৰি জিলা অধিৱেশনত কেন্দ্ৰীয় সভাপতি প্ৰদীপ নাগৰ তত্বাৱধানত গঠন হোৱা ওদালগুৰি জিলা সমিতিক সংবাদমেল যোগে অসাংবিধানিক আৰু অবৈধ ঘোষণা আছা’ৰ কাৰ্যনিৰ্বাহক সমিতিৰ | ক্ষমতা লোভী আৰু পদবী লোভীৰ বাবে ক্ৰমান্বয়ে তিনিটা আগত বিভক্ত হ’ল সদৌ অসম আদিবাসী ছাত্ৰ সন্থা