নিউজ ব্যুৰ’,নগাঁও,১০জানুৱাৰী: নগাঁও জিলা অনুসূচিত জাতি উন্নয়ন ব’ৰ্ডৰ উদ্যোগত মংগলবাৰে নগাঁও জিলাৰ বেবেজীয়াৰ আগশাৰীৰ শিক্ষানুষ্ঠান আৰ্য জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুশীলন বহী বিতৰণ কৰা হয় । এই উপলক্ষে বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত এটি অনুষ্ঠানত অনুসূচিত জাতি উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ নৰেন দাস,ব’ৰ্ডৰ পৰিদৰ্শক অভিজিৎ ফুকন,ব’ৰ্ডৰ সদস্যত্ৰয় নৱ জ্যোতি দাস,অৰুণ বণিয়া আৰু অনুপম
Month: January 2023
ৰাজ্যৰ আদর্শ বিদ্যালয়সমূহত প্রতিমাহে ৩০০ টকাকৈ প্রতিগৰাকী শিক্ষার্থীৰ বিপৰীতে মাচুল নির্ধাৰণক কেন্দ্র কৰি প্রতিক্রিয়া অব্যাহত থকাৰ সময়তে আজি ৰাজ্য চৰকাৰৰ কঠোৰ স্থিতি প্রকাশ কৰিলে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷ ৰাজ্য চৰকাৰৰ সিদ্ধান্তক লৈ সাধাৰণ ৰাইজৰ মাজত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হ’লেও মাচুল আদায়ক লৈ শিক্ষামন্ত্রীগৰাকীয়ে একপ্রকাৰ কঠোৰ স্থিতি গ্রহণ কৰা পৰিলক্ষিত হয়৷
“আমাৰ এটাই উদ্দেশ্য। আমি বিজেপিক অসমৰ পৰা বিদায় দিব লাগে; বাকী ভাৰতবৰ্ষত কি হৈ আছে আমি নাজানোঁ। যদি কংগ্ৰেছে বিদায় কৰিব লাগে কয় তেতিয়া সকলোৱে এক হৈ যাব। ন’হলে সকলোৱে বেলেগ বেলেগ হৈ থাকিব; বিজেপিক ৱাক অ’ভাৰ দিব।” এই ভাষ্য ধুবুৰীৰ সাংসদ তথা এআইইউডিএফ দলৰ চুপ্ৰিমো বদৰুদ্দিন আজমলৰ। আজি ধুবুৰীৰ
এগৰাকী অধ্যয়নৰত ছাত্ৰী অপহৰণ হোৱা ঘটনাই পুনৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ডিব্ৰুগড়ৰ লগতে ঢকুৱাখানাত। ডিব্ৰুগড়ৰ বৈৰাগীমঠস্থিত ছল্ট ব্ৰুক একাডেমীৰ এগৰাকী ছাত্ৰী ৭ জানুৱাৰীৰ পৰা হঠাৎ নিৰুদ্দেশ হৈ পৰা ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।জানিব পৰামতে লখিমপুৰৰ ঢকুৱাখনাৰ সাপতীয়া অঞ্চলৰ পৰা ৰাজ্যৰ এখন আগশাৰী শিক্ষানুষ্ঠান ডিব্ৰুগড় ছল্টব্ৰক একাডেমীৰ বিজ্ঞান শাখাত প্ৰথম বাৰ্ষিকত অধ্যয়নৰত
– HON’BLE CHIEF MINISTER DR. HIMANTA BISWA SARMA INAUGURATED JIO TRUE 5G IN GUWAHATI – JIO LAUNCHED IT’S TRUE 5G POWERED WI-FI IN KAMAKHYA TEMPLE COMPLEX – ‘JIO WELCOME OFFER’ USERS TO GET UNLIMITED 5G DATA WITH UPTO 1 Gbps SPEEDS – ALL THE CITIES, TOWNS, TEHSILS AND TALUKAS OF