Month: January 2023

নগাঁৱৰ বেবেজীয়াৰ আৰ্য জাতীয় বিদ্যালয়ত দুই শতাধিক ছাত্ৰ-ছাত্ৰীক অনুসূচিত ব’ৰ্ডৰ অনুশীলন বহী বিতৰণ

নগাঁৱৰ বেবেজীয়াৰ আৰ্য জাতীয় বিদ্যালয়ত দুই শতাধিক ছাত্ৰ-ছাত্ৰীক অনুসূচিত ব’ৰ্ডৰ অনুশীলন বহী বিতৰণ

নিউজ ব্যুৰ’,নগাঁও,১০জানুৱাৰী: নগাঁও জিলা অনুসূচিত জাতি উন্নয়ন ব’ৰ্ডৰ উদ্যোগত মংগলবাৰে নগাঁও জিলাৰ বেবেজীয়াৰ আগশাৰীৰ শিক্ষানুষ্ঠান আৰ্য জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুশীলন বহী বিতৰণ কৰা হয় । এই উপলক্ষে বিদ্যালয় প্ৰাংগণত

যি পিতৃ–মাতৃয়ে ১০ টকাও ছাত্র–ছাত্রীৰ বাবে খৰচ কৰিব নোৱাৰে, মই ক’ম যে সেই পিতৃ–মাতৃৰ মতলব বেলেগ

যি পিতৃ–মাতৃয়ে ১০ টকাও ছাত্র–ছাত্রীৰ বাবে খৰচ কৰিব নোৱাৰে, মই ক’ম যে সেই পিতৃ–মাতৃৰ মতলব বেলেগ

ৰাজ্যৰ আদর্শ বিদ্যালয়সমূহত প্রতিমাহে ৩০০ টকাকৈ প্রতিগৰাকী শিক্ষার্থীৰ বিপৰীতে মাচুল নির্ধাৰণক কেন্দ্র কৰি প্রতিক্রিয়া অব্যাহত থকাৰ সময়তে আজি ৰাজ্য চৰকাৰৰ কঠোৰ স্থিতি প্রকাশ কৰিলে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷ ৰাজ্য চৰকাৰৰ

“হু ইজ ভূপেন বৰা? হু ইজ জীতেন্দ্ৰ সিং?” ধুবুৰীত বদৰুদ্দিন আজমল

“হু ইজ ভূপেন বৰা? হু ইজ জীতেন্দ্ৰ সিং?” ধুবুৰীত বদৰুদ্দিন আজমল

“আমাৰ এটাই উদ্দেশ্য। আমি বিজেপিক অসমৰ পৰা বিদায় দিব লাগে; বাকী ভাৰতবৰ্ষত কি হৈ আছে আমি নাজানোঁ। যদি কংগ্ৰেছে বিদায় কৰিব লাগে কয় তেতিয়া সকলোৱে এক হৈ যাব। ন’হলে সকলোৱে

ছাত্ৰী নিৰুদ্দেশ: ব্যক্তিগত শিক্ষকৰ সৈতে পলাই পালেগৈ বিহাৰ

ছাত্ৰী নিৰুদ্দেশ: ব্যক্তিগত শিক্ষকৰ সৈতে পলাই পালেগৈ বিহাৰ

এগৰাকী অধ্যয়নৰত ছাত্ৰী অপহৰণ হোৱা ঘটনাই পুনৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ডিব্ৰুগড়ৰ লগতে ঢকুৱাখানাত। ডিব্ৰুগড়ৰ বৈৰাগীমঠস্থিত ছল্ট ব্ৰুক একাডেমীৰ এগৰাকী ছাত্ৰী ৭ জানুৱাৰীৰ পৰা হঠাৎ নিৰুদ্দেশ হৈ পৰা ঘটনাই সৃষ্টি কৰিছে