ভাগৱত গীতাত ভগৱান কৃষ্ণই কৈছে যে আত্মা অমৰ। আত্মাই মানৱ শৰীৰ সলনি কৰে, এজন ব্যক্তিয়ে নিজৰ কাপোৰ সলনি কৰাৰ দৰে, পৰিত্ৰাণ নোপোৱালৈকে, এই আত্মাৰ জন্ম অব্যাহত থাকে আৰু মায়া সংলগ্ন হৈ থাকে। এনে পৰিস্থিতিত, পুৰুষ আৰু মহিলাৰ পুনৰ যিকোনো প্ৰকাৰে জন্ম হ’ব পাৰে। কিন্তু আপোনাৰ কাৰ্য্যই নিৰ্ধাৰণ কৰে পৰবৰ্তী সময়ত
Month: January 2023
এটি মন্ত্ৰ যাৰ দ্বাৰা বহুত কিছু কৰা সম্ভৱ, দুৰাৰোগ্য ব্যাধিৰ পৰা যেনেকৈ মুক্তি লাভ সম্ভৱ ঠিক একেদৰে অকাল মৃত্যুৰ হাতৰ পৰাও এই মন্ত্ৰ পাঠ কৰি ৰক্ষা পোৱা সম্ভৱ ! বেদত এই কথাও উল্লেখ আছে যে কোনোবাই যদি নিয়মীয়া কৈ এই মন্ত্ৰ পাঠ কৰে তেনেহলে সমস্ত ধৰণৰ বিপদৰ পৰা ৰক্ষা পোৱা
মানৱ দেহৰ এটি ডাঙৰ আৰু দৰকাৰী অংগ বিশেষ হল লিভাৰ বা যকৃত। সেয়ে লিভাৰ টি ভালকৈ কাম কৰিছে নে নাই জানিবলৈ আপোনাৰ ভৰি দুখনৰ কিছু পৰিৱৰ্তন সদায়ে লক্ষ্য কৰি থাকিব। ১) স্পাইদাৰ ভেইন বা স্পাইদাৰ নিভা :- যদি ভৰি দুখনৰ ছালত আপুনি নীলা নীলা শিৰা দেখিছে সেয়ে স্পাইদাৰ ভেইন আৰু ই
নিউজ ব্যুৰ’,নগাঁও,৬জানুৱাৰী:– বছৰৰ প্ৰথমতেই ৰাজ্য তথা দেশবাসীলৈ সুখবৰ কঢ়িয়াই আনিছে এটিকৈ ভাল খবৰে । বিগত বৰ্ষত সম্পূৰ্ণ সুৰক্ষিত হৈ ৰ’ল অসম গৌৰৱ এশিঙিয়া গঁড় । একালত গঁড়ৰ তেজৰে তুমৰলি হোৱা বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সেউজ বননিত নিৰাপদে ৰ’ল অসম সম্পদ । এটা বছৰত চোৰাং চিকাৰীৰ গুলীয়ে লক্ষ্যভেদ কৰিব নোৱাৰিলে
নিউজ ব্যুৰ’,নগাঁও,৬জানুৱাৰী:–নৱবৰ্ষৰ সময়ছোৱাত কাজিৰঙালৈ এটা ভাল খবৰ ৷ প্ৰকৃতিপ্ৰেমী,তথ্যচিত্ৰ নিৰ্মাতা,ফটোগ্ৰাফাৰ বিতোপন কলঙলৈ “National Geographic” ৰ ইন্টাৰ্ণশ্বিপৰ সুবিধা ৷ ফটোগ্ৰাফাৰ তথা তথ্যচিত্ৰ নিৰ্মাতা বিতোপন কলঙক জাৰ্মানীৰ এটা দলৰ উদ্যোগত ৰাজস্থানত হ’বলগীয়া এমহীয়া ইন্টাৰ্ণশ্বিপলৈ নিমন্ত্ৰণ কৰিছে ৷ ইতিমধ্যে বহুকেইখন তথ্যচিত্ৰ নিৰ্মাণ কৰি সমাদৰ লাভ কৰা বিতোপন কলঙলৈ আগবঢ়োৱা এই প্ৰস্তাৱত উৎফুল্লিত হৈ