Month: January 2023

নগাঁৱৰ আৰ্ট ভিলেজত প্ৰিয়বন্ধু উন্মোচনী অনুষ্ঠান সম্পন্ন

নগাঁৱৰ আৰ্ট ভিলেজত প্ৰিয়বন্ধু উন্মোচনী অনুষ্ঠান সম্পন্ন

নিউজ ব্যুৰ’,নগাঁও: ‘শিশুৰ বাবে পুষ্টিকৰ খাদ্য বা আহাৰ গুৰুত্বপূৰ্ণ ৷ সমান্তৰালভাৱে শিশুৰ বৌদ্ধিক আৰু মানসিক উত্তৰণৰ ক্ষেত্ৰত মানসিক পুষ্টি সাধনত সৰ্বাধিক গুৰুত্ব দিয়াটো অত্যন্ত আৱশ্যক ৷’ নগাঁৱৰ প্ৰখ্যাত চিত্ৰশিল্পী সুজিত দাসৰ বাসভৱনৰ আৰ্ট ভিলেজত আজি অনুষ্ঠিত শিশুপযোগী ক্ষুদ্ৰ আলোচনী ‘প্ৰিয়বন্ধু’ উন্মোচন কৰি উক্ত বক্তব্য আগবঢ়াই নূপুৰ মোমাইদেউ খ্যাত অসমৰ বিশিষ্ট

১৪ৰ পৰা ১৯জানুৱাৰীলৈ নগাঁৱৰ নেহৰুবালিত ভোগালী বিহু উৎসৱ

১৪ৰ পৰা ১৯জানুৱাৰীলৈ নগাঁৱৰ নেহৰুবালিত ভোগালী বিহু উৎসৱ

নিউজ ব্যুৰ’,নগাঁও,৫ জানুৱাৰী :–নগাঁও চহৰৰ ঐতিহ্যমণ্ডিত নেহৰুবালিত শতিকা গৰকা ঐতিহ্য আৰু পৰম্পৰাৰে অনুষ্ঠিত হৈ অহা সদৌ নগাঁও ভোগালী বিহু উৎসৱে চলিত বৰ্ষত ১১০ বছৰত পদাৰ্পণ কৰিছে । সদৌ নগাঁও ভোগালী বিহু উৎসৱ সমিতিয়ে জনোৱা মতে অহা ১৪ জানুৱাৰীৰ পৰা ১৯ জানুৱাৰীলৈ বিস্তৃত তথা বৰ্ণাঢ্য কাৰ্যসূচীৰে নেহৰুবালিত অনুষ্ঠিত হ’ব ভোগালী বিহু

পাকিস্তানত কাৰাগাৰত বন্দী নগাঁৱৰ পুত্ৰসহ মহিলা,নগাঁৱত চাঞ্চল্য

পাকিস্তানত কাৰাগাৰত বন্দী নগাঁৱৰ পুত্ৰসহ মহিলা,নগাঁৱত চাঞ্চল্য

নিউজ ব্যুৰ’,নগাঁও,৫জানুৱাৰী:–পাকিস্তানৰ কাৰাগাৰত নগাঁৱৰ এগৰাকী মহিলা ১০ বছৰীয়া পুত্ৰসহ বন্দী হৈ থকা বাতৰিয়ে সমগ্ৰ নগাঁও চহৰত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে । কাৰাবন্দী হৈ থকা মহিলাগৰাকী নগাঁও চহৰৰ বৰবজাৰৰ ৱাহিদা বেগম । জানিব পৰা মতে ৱাহিদা বেগম নামৰ এগৰাকী মহিলা ১ নবেম্বৰৰ পৰা তেওঁৰ ১০ বছৰীয়া পুত্ৰ সন্তানসহ যোৱা সন্ধানহীন হৈ

Assamese film Black and White to be released on February 24

Assamese film Black and White to be released on February 24

Guwahati: Assamese film Black and White will be released on February 24. The film stars Ravi Sharma, Chinmoy Katki, Swagata Bharali, Atanu Mahanta, Dorothy Bharadwaj, Himanshu Gogoi, Siddharth Mukherjee among others. Three songs from the same film were released today. The three songs are respectively 1.” Kaviraj”, “Kantha: Geetanjali Das,