যৌন ৰোগ কেৱল অসুৰক্ষিত যৌন সম্বন্ধৰ ফলতেই নহয়, অন্য কাৰণতো হয়। সেয়ে সময় থাকোঁতেই ইয়াৰ পৰীক্ষা আৰু চিকিৎসা কৰাব লাগে, অন্যথা ইয়াৰ পৰিণাম ভয়ানক হ’বগৈ পাৰে। যৌন ৰোগত সংক্ৰমিত মহিলা বা যুৱতীৰ সৈতে যদি কোনো লোকে অসুৰক্ষিত যৌন সম্পৰ্ক স্থাপন কৰে তেন্তে তেওঁৰ শৰীৰলৈ যৌন ৰোগৰ সংক্ৰমণ হ’ব পাৰে। যৌন
Month: January 2023
মূলা সাধাৰণতে-পূণপতীয়াকৈ বা চালাডৰ ৰূপত খোৱা হয়।মূলাত পুষ্টিকৰ উপাদানৰ অভাৱ নাই।যদি আপুনি মূলা খায়-তেন্তে-শৰীৰত ভিটামিন-এ,ভিটামিন চি,আইৰণ,কেলছিয়াম আৰু ফছফৰাছ পোৱা যায়।যিবোৰ আমাৰ স্থাস্ব্যৰ বাবে অতি গুৰুত্বপূৰ্ণ। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে-যেতিয়া শীতকাল আহে-তেতিয়াই সংক্ৰমণৰ সম্ভাৱনা পূৰ্বতকৈ অধিক বৃদ্ধি পায়।যদি আমাৰ ৰোগ-প্ৰতিৰোধ ক্ষমতা ভাল হয়-তেন্তে আমি সংক্ৰমণৰ পৰা হাত সাৰিব পাৰোঁ।সেইবাবে-দৈনিক মূলা
শৰীৰৰ ভিতৰৰ পৰা সুস্থ ৰখাত যিবোৰ উপাদানে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে, সেইবোৰত ভিটামিন বি১২ থকা অপৰিহার্য । পৰিসংখ্যা অনুযায়ী, প্রায় ৪৭ শতাংশ লোকে এই ভিটামিনৰ অভাৱত ভুগিছে । নিৰামিষ খাদ্যত ভিটামিন বি১২-ৰ পৰিমাণ কম থাকে । ফলত যিসকল নিৰামিষভোজী, তেওঁলোকে এই ভিটামিনৰ অভাৱত ভোগাৰ শংকা থাকে । ভিটামিন, ফাইবাৰ, মিনাৰেলছ
সাধাৰণ নাৰিকলতকৈ লঘু নাৰিকল আকাৰত অলপ সৰু। সেইবাবেই ইয়াক লঘু নাৰিকল বুলি কোৱা হয়। ইয়াৰ উপৰিও ইয়াক শ্ৰীফল নামেৰেও জনা যায়। শ্ৰী মানে দেৱী লক্ষ্মী। এইদৰে ‘শ্ৰীফল’ মানে দেৱী লক্ষ্মীৰ ফল। মা লক্ষ্মীৰ সৈতে সম্পৰ্ক থকাৰ বাবে এই নাৰিকলৰ আৰ্থিক লাভ আছে। সৰু নাৰিকলৰ প্ৰতিকাৰত মাতৃ লক্ষ্মী সোনকালে সন্তুষ্ট হয়
নৱবৰ্ষত সুৰা বিক্ৰীৰে গুৱাহাটীয়ে গঢ়িলে অভিলেখ।৩১ ডিচেম্বৰত বিক্ৰী হ’ল ৪ কোটি ৮০ লাখ টকাৰ সুৰা। ১ জানুৱাৰীত বিক্ৰী হ’ল ৩ কোটি ২১ লাখ টকাৰ সুৰা।এই তথ্য সদৰি কৰিছে আবকাৰী বিভাগে। যদিও সুৰা বিক্ৰীৰ ধনেৰে চৰকাৰৰ ৰাজহ ভঁৰাল টনকিয়াল হৈছে,একেসময়তে মহানগৰখনৰ বাতাৱৰণক লৈয়ো প্ৰশ্ন উদয় হৈছে৷