Month: January 2023

হঠাতে মূৰ ঘুৰাই ধলি পৰাৰ ৪ টা আটাইতকৈ ডাঙৰ কাৰণ

হঠাতে মূৰ ঘুৰাই ধলি পৰাৰ ৪ টা আটাইতকৈ ডাঙৰ কাৰণ

হঠাতে কোনো কাৰণ নোহোৱাকৈ মূৰ ঘুৰাই ধলি পৰাৰ ৪ টা ডাঙৰ কাৰণ আছে৷ সেই কেইটা হ’লঃ ১. নিম্ন ৰক্তচাপ মূৰ ঘুৰাই ধলি পৰাৰ মুখ্য কাৰণ হৈছে নিম্ন ৰক্তচাপ। এইটো বিশেষকৈ সেই লোকসকলৰ বেছি হয়, যি সকলৰ বয়স ৬৫ বছৰতকৈ অধিক হয়। ২. ডিহাইড্ৰেশ্যন যেতিয়া মানুহৰ শৰীৰ ডিহাইড্ৰেটেড হয়, তেতিয়া পানীৰ

পেট পেলাই টোপনি যোৱাৰ ফলত হ’ব পাৰে বহুটো সমস্যা

পেট পেলাই টোপনি যোৱাৰ ফলত হ’ব পাৰে বহুটো সমস্যা

সাধাৰণতে, বহুলোকৰ পেট পেলাই টোপনি মৰাৰ অভ্যাস আছে, কিন্তু তেওঁলোকে জানি আচৰিত হ’ব যে ইয়াৰ ফলত মানুহৰ বিভিন্ন সমস্যা হ’ব পাৰে। বিজ্ঞানীসকলৰ মতে, মৃগীৰোগীসকলে যিমান সোনকালে পেট পেলাই শুই থকাৰ অভ্যাস এৰিব, তেওঁলোকৰ বাবে সিমানেই ভাল হ’ব। পেট পেলাই টোপনি মৰা মৃগীৰোগীৰ ক্ষেত্ৰত আকস্মিক মৃত্যুৰ আশংকা অধিক হয়। শিশুৰ দুৰ্ঘটনাজনিত

আপোনাৰ ঘৰৰ পৰা পইতাচোৰা কেনেকৈ দূৰ কৰিব….

আপোনাৰ ঘৰৰ পৰা পইতাচোৰা কেনেকৈ দূৰ কৰিব….

পৃথিৱীত এনে এগৰাকী মহিলা হয়তো পোৱা নাযায় যে পইতাচোৰাক ভয় নকৰে বা পইতাচোৰা দেখিলেই অস্বস্তিত নপৰে৷ বহু মহিলাই পইতাচোৰাক যিমান ভয় কৰে সাপকো হয়তো সিমান ভয় নকৰে৷ আপাতঃদৃষ্টিত এইবিধ প্ৰাণী নিৰীহ যেন লাগে যদিও মানুহৰ কাৰণে ক্ষতিকাৰক৷ কাৰণ জাৱৰ-জোথৰৰ মাজত থকা পইতাচোৰাই বিভিন্ন ধৰণৰ ৰোগৰ বীজাণু কঢ়িয়াই ফুৰে৷ বিভিন্ন ৰোগৰ

দেউতাকক বিয়া কৰোৱা এক অদ্ভুত পৰম্পৰা…..

দেউতাকক বিয়া কৰোৱা এক অদ্ভুত পৰম্পৰা…..

পিতৃ আৰু জীয়েকৰ মাজৰ সম্পৰ্কক অতি পৱিত্ৰ বুলি গণ্য কৰা হয়। কিন্তু পৃথিৱীত এনে এখন ঠাই আছে য’ত ছোৱালীবোৰ দেউতাকৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়। এই অদ্ভুত পৰম্পৰা বাংলাদেশৰ মাণ্ডি জনজাতিৰ মাজত প্ৰচলিত। বাংলাদেশত বাস কৰা মাণ্ডি জনজাতিৰ কোনো মহিলা বিধৱা হ’লে, তেওঁৰ এটি কন্যা সন্তান দ্বিতীয় স্বামীলৈ আগবঢ়ায়৷ তেনে

দৌৰিলেই ফোপনি উঠে নেকি! মনত ৰাখক এই টিপ্‌ছ

দৌৰিলেই ফোপনি উঠে নেকি! মনত ৰাখক এই টিপ্‌ছ

অলপ দৌৰিলেই ফোপনি উঠে নেকি? এই সমস্যা দূৰ কৰিবলৈ হ’লে কেতবোৰ কথাৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগিব৷ দৌৰিবৰ বাবে পেশীৰ প্ৰচুৰ পৰিমাণে এনাৰ্জিৰ প্ৰয়োজন হয়৷ এই সময়ত আমাৰ শৰীৰে অধিক মাত্ৰাত কাৰ্বনডাই অক্সাইড প্ৰস্তুত কৰে৷ যাৰ বাবে শৰীৰত অধিক অক্সিজেনৰ প্ৰয়োজন হয়৷ এই শ্বাস-প্ৰশ্বাসৰ দুৰ্বল পৰিৱৰ্তনৰ বাবে  বহুজনৰ অলপ দৌৰিলেই